• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

4 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

4 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

4 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

5 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

6 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

7 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

8 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

8 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

9 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

10 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

10 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

13 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

editor by editor
February 22, 2022
in অপৰাধ, ভাৰত
0
জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ
0
SHARES
526
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ দেশৰ ৰাজধানী দিল্লীত সংঘটিত এই কাণ্ড পোহৰলৈ অহাৰ পিছতে সংবাদ মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সষ্টি হৈছে৷

ঘটনাৰ বিৱৰণীৰ অনুসৰি দিল্লীৰ এজন লোকে এগৰাকী যুৱতীক হত্যা কৰি মৃতদেহটোৰ সৈতে অপ্ৰাকৃতিক যৌন সম্ভোগ কৰিছিল৷ এই জঘন্য কাণ্ডৰ বিষয়ে লোকজনৰ পত্নীয়ে আৰক্ষীক খবৰ দিয়ে যদিও অভিযুক্ত লোকজন পলায়ন কৰি ৰাজস্থানত আত্মগোপন কৰিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৯ ফেব্ৰুৱাৰীত দিল্লীৰ বুৰাৱী এলেকাৰ পৰা এগৰাকী মহিলাৰ ফোন আহে৷ মহিলাগৰাকীয়ে ফোনত কয় যে বুৰাৱী এলেকাৰ কৌশিক এনক্লেভত ৰাতি এগৰাকী যুৱতীক হত্যা কৰা হৈছে৷ ইতিমধ্যে যুৱতী গৰাকীক হত্যা কৰি লোকজনে পলায়ন কৰিছে৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ আৰু ৩৭৭ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে অভিযান চলায় অভিযুক্ত ২৬ বছৰীয়া অমন বিষ্টক ৰাজস্থানৰ জয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই জঘন্য ঘটনাটো পোহৰলৈ আহিছে৷ ডিচিপি সাগৰ সিঙে প্ৰকাশ কৰিছে ঘটনাটোৰ তথ্য প্ৰমাণ মজুত কৰিবলৈ ক্ৰাইম ব্ৰাঞ্চক দায়িত্ব দিয়া হয়৷

ক্ৰাইম ব্ৰাঞ্চে তদন্ত আৰম্ভ কৰি প্ৰকাশ কৰিছে যে অভিযুক্ত ব্যক্তিজন পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্কত সন্তুষ্ট হোৱা নাছিল যাৰ বাবে তেওঁ মানসিকভাৱে হতাশ হৈ পৰিছিল৷ আৰু লোকজনে ড্ৰাগছ সেৱন কৰাৰ লগতে পুৰুষৰ শক্তি বৰ্ধক ঔষধো গ্ৰহণ কৰিছিল৷

পত্নী ঘৰত নথকা অৱস্থাত অভিযুক্ত লোকজনে যুৱতী গৰাকীক পত্নীয়ে শাৰী পচন্দ কৰাৰ অজুহাত দেখুওৱাই ঘৰলৈ আনে৷ লোকজনে ইয়াৰ পিছতে যুৱতীগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোতে যুৱতীগৰাকী পলাবলৈ চেষ্টা কৰে৷ পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে লোকজনে যুৱতীগৰাকীৰ ডিঙিত আক্ৰমণ কৰি হত্যা কৰে৷

আৰক্ষীৰ আগত অভিযুক্তগৰাকীয়ে প্ৰকাশ কৰিছে যে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ পিছত অপ্ৰাকৃতিক যৌন সম্ভোগ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তথ্য প্ৰমাণৰ বাবে ফৰেনছিক বিভাগলৈ নমুনা প্ৰেৰণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitaldelhi policemurderrape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

টুইটাৰতে আৰম্ভ প্ৰেম! এতিয়া গভীৰ প্ৰেমত আৱদ্ধ চুপাৰষ্টাৰ হৃতিক ৰোশন, প্ৰেমিকা কোন?

দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

দুৰ্ঘটনাটো মৃত্যু নোহোৱা এই গ্ৰাহাম কোন? কিয় মৃত্যু নহয় পথ দুৰ্ঘটনাত?   

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.