• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

4 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

3 minutes ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

36 minutes ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

1 hour ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

2 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

3 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

4 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

5 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

6 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

editor by editor
March 4, 2022
in চিনেমা, বিনোদন, ভাৰত
0
ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘বাহুবলী’ খ্যাত প্ৰভাসৰ সমগ্ৰ দেশজুৰি কোটিৰ সংখ্যাত অনুৰাগী আছে৷ দক্ষিণ এই ছুপাৰষ্টাৰগৰাকীয়ে ‘বাহুবলী’ নামৰ ছিকুৱেল ছবিখনত অভিনয় কৰি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল৷

ছুপাৰষ্টাৰ প্ৰভাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে তেওঁ কিয় ছবিত অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত অভিনয় কৰিব নিবিচাৰে৷

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

পূজা হেগড়েৰ সৈতে অভিনয় কৰা ‘ৰাধে শ্যাম’ ছবিখনৰ প্ৰচাৰ তথা মুক্তিৰ বাবে মুম্বাইত সাংবাদিকৰ মুখামুখি হওঁতে প্ৰভাসে কয় যে তেওঁ ছবিত অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত অভিনয় কৰিবলৈ নিবিচাৰে৷

কিয় নিবিচাৰে তাৰো উত্তৰ দিছে দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে৷ ‘‘যেতিয়া মই কাপোৰ খুলি চুমা খাওঁ, তেতিয়া মোৰ চাৰিও কাষে কিছুমান মানুহৰ থাকে, যিসকলে মোক দেখি থাকে৷’’ ছুপাৰষ্টাৰগৰাকীয়ে কয়৷

লগতে পঢ়ক পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

তেওঁ লগতে কয়, ‘‘বাণিজ্যিক ছবিত এই দৃশ্যবোৰ এৰাই চলিব পাৰিব৷ কিন্তু এখন প্ৰেমৰ ছবিত এৰাই চলা সম্ভৱ নহয়৷ পৰিচালকে প্ৰেমৰ ছবি নিৰ্মাণ কৰিলে তেনে দৃশ্য পৰিহাৰ কৰাতো সম্ভৱ নহয়৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamPrabhasSuperstar Prabhas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
Next Post
প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন