• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

11 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

12 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

13 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

13 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

14 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

14 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

17 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

17 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

17 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?

editor by editor
March 9, 2022
in অসম, ৰাজনীতি
0
পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা : কোন কোন জিলাত কোন দলে কৰিলে জয়লাভ?
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনিচুকীয়া জিলা

তিনিচুকীয়াৰ পৌৰসভাৰ ১৫ খন আসনৰ ১৩ খনত বিজেপিৰ বিজয়৷ ১ খন আপ, ১ খন নিৰ্দলীয় বিজয়৷

মাকুমত ১০ খন আসনৰ ৯ খনত বিজেপি, ১ খনত নিৰ্দলীয় জয়ী৷

ডুমডুমাত ১০ খন আসনৰ ৯ খনত বিজেপি, ১ খনত কংগ্ৰেছৰ জয়৷

শদিয়াৰ ১০ খন আসনৰ ৬ খনত বিজেপি, ১ খনত অগপ, ৩ খনত কংগ্ৰেছ জয়৷

মাৰ্ঘেৰিটাত ১০ খন আসনৰ ১০ খনেই বিজেপিৰ দখলত৷

ডিগবৈত মুঠ ৱাৰ্ড ১০টাৰ বিজেপিৰ দখলত ৭টা, কংগ্ৰেছৰ ৩টা৷

 

ডিব্ৰুগড় জিলা

ডিব্ৰুগড়ত ২২ খন আসনৰ ২১ খন বিজেপি, ১ খনত কংগ্ৰেছ জয়ী৷

নাহৰকটীয়াৰ ১০ খন আসনৰ ৮ খনত বিজেপি, দুখনত অগপ বিজয়ী৷

চাবুৱাত ১০ খনৰ ৮ খন বিজেপি, ২ খনত অগপৰ জয়লাভ৷

নামৰূপৰ ১০ খন আসনৰ ৬ খনত বিজেপি, ২ খনত অগপৰ আৰু অজাপৰ দখলত দুখন আসন৷

 

শিৱসাগৰ জিলা

শিৱসাগৰত ১৪ খন আসনত ১২ খনত বিজেপি, ২ খনত ৰাইজৰ দলৰ জয়৷

আমগুৰি পৌৰসভাৰ মুঠ আসন ১০ খনৰ বিজেপি মিত্ৰজোঁটৰ দখলত ৬ খন, ৪ খন কংগ্ৰেছৰ দখলত আসন৷

ডিমৌৰ ১০ খন আসনৰ ৯ খনত বিজেপি, এখনত অগপৰ জয়৷

নাজিৰাৰ ১০ খন আসনৰ ৭ খনত বিজেপি আৰু ৩ খনত অগপৰ জয়৷

 

চৰাইদেউ জিলা

শিমলুগুৰিত ১০ খন আসনৰ ৯ খনত বিজেপি, ১ খনত কংগ্ৰেছৰ জয়৷

সোণাৰিত ১৬ খন আসনৰ ১৫ খনত বিজেপি মিত্ৰজোঁট, এখনত নিৰ্দলীয় বিজয়ী৷

মৰাণত ১১ খন আসনত ১০ খনত বিজেপি মিত্ৰজোঁট, ১ খনত কংগ্ৰেছ বিজয়ী৷

 

লগতে পঢ়ক সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

যোৰহাট জিলা

যোৰহাটত ১৯ খন আসনৰ ৯ খনত বিজেপি, ২ খনত অগপ, ৮ খনত কংগ্ৰেছৰ জয়লাভ৷

টীয়কত ১১ খন আসনৰ দুখনত বিজেপি, ৩ খনত অগপ, ৩ খনত কংগ্ৰেছ, ২ খনত নিৰ্দলীয় বিজয়ী৷

তিতাবৰত ১০ খন আসনৰ ৬ খনত বিজেপি, ৪ খনত কংগ্ৰেছ বিজয়ী৷

মৰিয়নীত নিৰ্দলীয়ৰ দখলত ৮ খন, বিজেপিৰ দখলত ২ খন আসন৷

দেৰগাঁৱত ১০ খন আসনৰ ৮ খনত বিজেপি মিত্ৰজোঁট, কংগ্ৰেছৰ ১ খন, নিৰ্দলীয়ৰ ১ খনত জয়লাভ৷

সৰুপথাৰত ১০ খন আসনৰ ৮ খনত বিজেপি, ২ খনত অগপ বিজয়ী৷

বৰপথাৰত ১০ খন আসনৰ ১০ খনেই বিজেপিৰ দখলত৷

বোকাখাতত ১০ খন আসনৰ ৩ খন বিজেপি, ৬ অগপ, ১ খন নিৰ্দলীয়ৰ জয়লাভ৷

 

গোলাঘাট জিলা

গোলাঘাটত ১৩ খন আসনৰ ৯ খনত বিজেপি আৰু ৩ খনত অগপ বিজয়ী৷

 

নগাঁও জিলা

নগাঁৱত ২৬ খন আসনৰ ২২ খন বিজেপি আৰু ৩ খন অগপৰ দখলত৷

ৰহাত ১০ খন আসনৰ ৬ খনত বিজেপি, ১ খনত অগপ, ১ খনত অজাপ আৰু ২ খনত নিৰ্দলীয় বিজয়ী৷

ধিঙত ১০ আসনৰ ১০ খনতে বিজেপি জয়ী৷

কামপুৰত ১০ খন আসনৰ ৬ খনত বিজেপি আৰু ৪ খনত অগপ জয় লাভ৷

চাপৰত ১০ খন আসনৰ ৭ খনত বিজেপি, কংগ্ৰেছ ১, অজাপ ১ আৰু নিৰ্দলীয় ১ খনত জয়ী৷

 

লগতে পঢ়ক এক বিৰল মানসিক ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ!

হোজাই জিলা

হোজাইত ১৯ খনত ১২ খনত বিজেপি, ৩ খনত কংগ্ৰেছ, ১খনত AIUDF আৰু ৩ খনত নিৰ্দলীয় বিজয়ী৷

লংকাৰ ১১ খন আসনৰ ৬ খনত বিজেপি আৰু নিৰ্দলীয় ৪ খনত বিজয়ী৷

লামডিঙত ১৩ খনৰ ১৩ খনতে বিজেপিৰ জয়৷

ডবকাত ১০ খন আসনৰ বিজেপি ২ খন, অগপ ২ কন, কংগ্ৰেছ ৩ খন, AIUDF ২ খন আৰু নিৰ্দলীয় ১ খন দখল৷

 

ধেমাজি জিলা

ধেমাজিত ১০ খন আসনৰ ৭ খনত বিজেপি, ১ খনত অগপ আৰু ২ খনত নিৰ্দলীয়ৰ জয়৷

চিলাপথাৰত ১২ খন আসনৰ ৬ খনত বিজেপি, দুখনত কংগ্ৰেছ আৰু ৪ খনত নিৰ্দলীয়ৰ জয়৷

 

লখিমপুৰ জিলা

উত্তৰ লখিমপুৰত ২১ খন আসনৰ ১৪ খন বিজেপি, ১ খনত অগপ, ৩ খনত কংগ্ৰেছ, ১ খনত আপ আৰু ১ খন নিৰ্দলীয়ৰ লাভ৷

বিহপুৰীয়াত ১০ খন আসনৰ ৯ খনত বিজেপি আৰু ১ খনত অগপ বিজয়ী৷

নাৰায়ণপুৰত ১০ খন আসনৰ ৩ খনত বিজেপি, ৫ খনত কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ দখলত ২ খন আসন৷

ঢকুৱাখনাত ১০ খন আসনৰ ৯ খনত বিজেপি আৰু ১ খনত নিৰ্দলীয় বিজয়ী৷

 

বিশ্বনাথ জিলাত

বিশ্বনাথত ১২ খন আসনৰ ১০ খনত বিজেপি, ১ খনত অগপ আৰু ১ খন আসনত কংগ্ৰেছ বিজয়ী৷

চতিয়াত ১০ খনৰ ১০ খনতে বিজেপিৰ জয়৷

গহপুৰত ১০ খনৰ ৮ খনত বিজেপি, ১ খনত অগপ আৰু ১ খনত নিৰ্দলীয় বিজয়ী৷

ৰঙাপৰাত ১০ খন আসনৰ বিজেপিৰ দখলত ৯ খন আৰু ১ খনত কংগ্ৰেছ বিজয়ী৷

 

শোণিতপুৰ জিলা

তেজপুৰত বিজেপি মিত্ৰজোঁটৰ দখলত ১৬ খন আসন, কংগ্ৰেছৰ দখলত ১ খন আৰু নিৰ্দলীয়ৰ দখলত ২ খন আসন৷

ঢেকীয়াজুলিত ১০ খন আসনৰ ৮ খন বিজেপিৰ আৰু ২ খন নিৰ্দলীয়ৰ দখলত৷

জামুগুৰিহাটত ১০ খন আসনৰ ১০ খনতে বিজেপি বিজয়ী৷

 

দৰং জিলা

মঙলদৈত ১০ খন আসনৰ ৭ খনত বিজেপি, ২ খনত অগপ আৰু ১ খনত নিৰ্দলীয়৷

খাৰুপেটীয়াত ১১ খন আসনৰ বিজেপিৰ ৭ খন,  অগপ ১ খন আৰু নিৰ্দলীয় ৩ খনত জয়ী৷

ছিপাঝাৰত ১০ খন আসনৰ ৭ খনত বিজেপি, অগপ ২ খনত আৰু নিৰ্দলীয় ১ খনত বিজয়ী৷

 

মৰিগাঁও জিলা

মৰিগাঁৱত ১১ খন আসনৰ ৭ খনত বিজেপি, এখনত অগপ আৰু ৩ খনত কংগ্ৰেছ বিজয়ী৷

 

কামৰূপ জিলা

পলাশবাৰীত ১০ খন আসনৰ ৭ খনত বিজেপি, অগপ ১ খন আৰু অজাপৰ ২ খন আসন লাভ৷

উত্তৰ গুৱাহাটীত ১০ খন আসনৰ ১০ খনে বিজেপিৰ দখলত৷

ৰঙিয়াত ১০ খন আসনৰ ৮ খনত বিজেপি আৰু দুখনত কংগ্ৰেছ বিজয়ী৷

 

নলবাৰী জিলা

নলবাৰীত ১৭ খন আসনৰ ১৫ খনত বিজেপি আৰু অগপ ২ খনত জয়ী৷

টিহুত ১০ খন আসনৰ ৫ খন বিজেপি, ২ খন অগপ আৰু ৩ খন নিৰ্দলীয়ৰ দখলত৷

 

বৰপেটা জিলা

বৰপেটাত ২২ খন আসনৰ ৯ খনত বিজেপি, ১১ খনত অগপ আৰু দুখনত নিৰ্দলীয়ৰ জয়৷

বৰপেটা ৰোডত ১০ খন আসনৰ ৭ খনত বিজেপি, ২ খনত অগপ আৰু ১ খনত নিৰ্দলীয়ৰ জয়৷

হাউলীত ১০ খন আসনৰ ৬ খনত বিজেপি, অগপৰ ১ খন, কংগ্ৰেছ ১ খন, আৰু নিৰ্দলীয় ২ খন আসন লাভ৷

সৰ্থেবাৰীত ১০ খন আসনৰ ৭ খনত বিজেপি, ১ খনত অগপ আৰু ২ খনত নিৰ্দলীয়ৰ লাভ৷

পাঠশালাত ১০ খন আসনৰ ৪ খনত বিজেপি, অগপ ১ আৰু নিৰ্দলীয় ৫ খনত জয়ী৷

সৰভোগত ১০ খন আসনৰ ৭ খনত বিজেপি, CPI(M) ১ আৰু নিৰ্দলীয় ২ খন আসন লাভ৷

পাটাছাৰকুছিত ১০ খন আসনৰ ৬ খনত বিজেপি, অগপ ২ আৰু অজাপৰ এখন আসনত জয়ী৷

 

বঙাইগাঁও জিলা

বঙাইগাঁৱত ২৫ খন আসনৰ ১৩ খনত বিজেপি, ১১ খনত অগপ আৰু কংগ্ৰেছ ১ খন আসনত জয়ী৷

অভয়াপুৰীত ১১ খন আসনৰ ৮ খনত বিজেপি, অগপ ২ আৰু কংগ্ৰেছ ১ খন আসন দখল৷

 

লগতে পঢ়ক কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

ধুবুৰী জিলা

ধুবুৰীত ১৬ খন আসনৰ ১১ খনত বিজেপি, ২ খন অগপ, ১খন কংগ্ৰেছ আৰু ২ খন নিৰ্দলীয়ৰ দখলত৷

গৌৰীপুৰত ১৩ আসনৰ ৮ খনত বিজেপি, কংগ্ৰেছ ২, অন্যান্য ৩ খন আসন লাভ৷

গোলকগঞ্জত বিজেপিৰ দখলত ৬, কংগ্ৰেছ ১, নিৰ্দলীয় ৩ খন আসন৷

বিলাসীপাৰাত ১৪ খন আসনৰ ১২ খনত বিজেপি, কংগ্ৰেছ ২

সাপটগ্ৰামত ১০ খন আসনৰ ৯ খনত বিজেপি আৰু ১ খনত কংগ্ৰেছ বিজয়ী৷

 

গোৱালাপাৰা জিলা

গোৱালপাৰাত ১৯ খন আসনৰ ৯ খনত বিজেপি, অগপ ১, কংগ্ৰেছ ৫ আৰু নিৰ্দলীয়ৰ ৪ খন আস লাভ৷

লক্ষীপুৰত ১০ খন আসনৰ ১০ খনতে বিজেপি জয়ী৷

 

বৰাক উপত্যকা

সোণাইত ১১ খন আসনৰ ৬ খন বিজেপি, AIUDF ৩ আৰু নিৰ্দলীয় ২ খন লাভ৷

লক্ষীপুৰ (কাছাৰ)ত ১০ খন আসনৰ ৮ খনত বিজেপি, কংগ্ৰেছ ১ আৰু নিৰ্দলীয় ১ খন দখল৷

হাইলাকান্দিত ১৬ খন আসনৰ ১০ খনত নিৰ্দলীয় আৰু ৬ খনত বিজেপিৰ জয়ী৷

লালাত ১০ খন আসনৰ ৬ খনত বিজেপি আৰু অন্যান্যৰ ৪ খন আসন লাভ৷

কৰিমগঞ্জত ১০ খন আসনৰ ৯ খনত বিজেপি আৰু ১ খনত কংগ্ৰেছ বিজয়ী৷

বদৰপুৰত ১১ খন আসনৰ ১০ খনত বিজেপি আৰু ১ খনত নিৰ্দলীয় জয়ী৷

ৰামকৃষ্ণ নগৰত ১০ খন আসনৰ ৯ খনত বিজেপি আৰু ১ খনত কংগ্ৰেছ বিজয়ী৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamCivic Poll
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.