• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

4 years ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

25 minutes ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

1 hour ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

1 hour ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
March 15, 2022
in অসম, চিনেমা, ভাৰত
0
‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা ১১ মাৰ্চত বিবেক অগ্নিহোত্ৰীৰ বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছ-এ মুক্তি পোৱাৰ পিছতে ছবিখনে কাংক্ষিত চৰ্চা লাভ কৰা দেখা গৈছে৷

মংগলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সংসদীয় বৈঠকত দ্য কাশ্মীৰ ফাইলছক অতি ভাল ছবি আৰু সকলোৱে এই ছবিখন চোৱা উচিত বুলিও মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এনে আৰু ভাল ছবি নিৰ্মাণ হোৱা উচিত বুলি মন্তব্য কৰিছে৷

স্মৰ্তব্য যে যোৱা ১২ ফেব্ৰুৱাৰিত বিতৰ্কিত ছবিখনৰ প্ৰযোজক অভিষেক, পৰিচালক বিবেক অগ্নিহোত্ৰী, তেওঁৰ পত্নী আৰু অভিনেত্ৰী পল্লৱী যোশীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল৷

লগতে পঢ়ক পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ছবিখন নিৰ্মাণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ আৰু ইয়াৰ তিনি দিনৰ পিছতে বিজেপিৰ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে বিতৰ্কিত ছবিখন অতি ভাল ছবি বুলি অভিহিত কৰিছে৷

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে সত্যক ঢাকোন দিয়াসকলেহে ছবিখন বিৰোধিতা কৰিছে বুলিও কটাক্ষ কৰিছে৷

উল্লেখ্য যে ছবিখন কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰা নাই৷ দেশৰ সকলোবোৰ হিন্দুত্ববাদী সংগঠনৰ পৰা আৰম্ভ কৰি বিজেপি শাসিত ৰাজ্যৰসমূহৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীসকলেও এই ছবিখনক প্ৰশংসা কৰা দেখা গৈছে৷

লগতে পঢ়ক হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেবিনেট সতীৰ্থ আৰু বিজেপি বিধায়কসকলক লৈ মংগলবাৰে সন্ধিয়া ছবিখন দৰ্শন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷ বহু বিজেপি শাসিত চৰকাৰে ছবিখনৰ বিনোদন কৰ ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে৷ ত্ৰিপুৰাই ছবিখনৰ ৰাজ্য চৰকাৰ সকলো কৰ ৰেহাই দিয়া বুলিও ঘোষণা কৰিছে৷

মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানৰ চৰকাৰে দেওবাৰৰ দৰ্শনীৰ সকলো কৰ ৰেহাই দিয়াই নহয় ৰাজ্যৰ সকলো আৰক্ষীকে ছবিখন চাবলৈ ছুটি মঞ্জুৰ কৰি যিমান দূৰ সম্ভৱ সকলো লোকে ছবিখন চোৱা উচিত বুলি প্ৰকাশ কৰিছে৷

ইফালে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্তে ৰাজ্যৰখনৰ যিমান পাৰি সিমান লোকক ছবিখন প্ৰদৰ্শন কৰোৱা হ’ব বুলি উল্লেখ কৰিছে৷

লগতে পঢ়ক যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু

উল্লেখ্য যে ছবিখন নব্বৈৰ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ হিন্দু পণ্ডিতক হত্যা কৰাৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে৷ দেশত ধৰ্মীয় অহিষ্ণুতা, সাম্প্ৰদায়িক বিদ্বেষ আৰু বিষবাষ্প বিয়পোৱাই নহয় এটা ধৰ্মীয় গোষ্ঠীক লক্ষ্য কৰি ছবিখন উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ উঠিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPM Modithe kashmir filesVivek Angnihotri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে
জীৱনশৈলী

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

April 26, 2026
Next Post
যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.