• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

4 years ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

2 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

3 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

3 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

4 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

4 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

5 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

6 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

6 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

6 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

7 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

7 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

editor by editor
March 18, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰে বন্ধুত্ব সুফল লাভ কৰিবলৈ আৰম্ভ কৰিছে ভাৰতে৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক মুক্তকণ্ঠেৰে বিৰোধ নকৰি ভাৰতে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে৷ এতিয়া ভাৰতে এই কূটনৈতিক স্থিতিৰ বাবে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল লাভ কৰিছে৷

ইফালে বৈদেশিক মন্ত্ৰলায়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে বৃহস্পতিবাৰে কয় যে ৰাছিয়াৰ পৰা ভাৰতৰ সৈতে কিছু ইউৰোপীয় দেশেও ৰাছিয়াৰ পৰা হেৰাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰিছে৷

আনহাতে, মস্কোৱে ভাৰতক কেৱল খাৰুৱা তেলেই নহয় অন্যান্য সামগ্ৰীও ৰেহাই মূল্যত প্ৰদান কৰিব৷

লগতে পঢ়ক স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আমেৰিকা, কানাডাসহ ইউৰোপীয় ইউনিয়নৰ দেশসমূহে ৰাছিয়াৰ সৈতে বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতা বলৱৎ কৰাৰ লগতে খাৰুৱা তেল আমদানিও নিষিদ্ধ কৰিছে৷ ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতি সংকটৰ সন্মুখীন হৈছে৷

ইয়াৰ পিছতে ৰাছিয়াই খাৰুৱা তেলৰ লগতে অন্যান্য সামগ্ৰী ভাৰতক হেৰাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে ৰেহাই মূল্যত ৰাছিয়াৰ পৰা প্ৰধানতঃ খাৰুৱা তেলহে আমদানি কৰিছে৷

লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

বাগছিয়ে লগতে কয় যে ভাৰতৰ বাবে খাৰুৱা তেলৰ প্ৰধান যোগানকাৰী ৰাছিয়া নহয়৷ কিন্তু ভাৰতে এতিয়া ৰাছিয়াৰ পৰা অধিক পৰিমাণে খাৰুৱা তেলৰ সৈতে অন্যান্য সামগ্ৰী আমদানি কৰাৰ বাবে বিবেচনা কৰি আছে৷ বাগছিৰ মতে ভাৰত প্ৰধানতঃ খাৰুৱা তেলৰ আমদানীকাৰী হ’লেও এতিয়া শক্তিখণ্ডৰ প্ৰয়োজনীয় সামগ্ৰী আমদানিতো গুৰুত্ব দিছে৷

প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় তেল নিগমে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত কে’বামিলিয়ন খাৰুৱা তেল ক্ৰয় কৰিছে৷

ইফালে জাৰ্মানীয়েও ৰাছিয়াৰ পৰা গেছ আমদানি বন্ধ নকৰাত বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ এনে  পৰিপ্ৰেক্ষিতত ভাৰতেও ৰাছিয়াৰ পৰা ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত নিজৰ স্থিতিক লৈ অনাগত দিনবোৰত পশ্চিমীয়া দেশসমূহৰ পৰা বৰ্ধিত চাপৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndia imports crude oil from russiaRussia India Crude oil deals
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.