• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

4 years ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

4 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

25 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

37 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

57 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

2 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

4 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

5 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

editor by editor
March 30, 2022
in চিনেমা, বিনোদন
0
চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?
0
SHARES
795
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাবাং গাৰ্ল ৰূপে খ্যাত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিন্হা৷ বলিউদৰ ছবিজগতত অন্যতম মোহময়ী অভিনেত্ৰীগৰাকীয়ে দশকক উপহাৰ দিছে কে’বাখনম জনপ্ৰিয় ছবি৷

মাজে মাজে অভিনেত্ৰীগৰাকী অভিয়নৰ বাবে নহয়, অন্য একাধিক কাৰণতো সংবাদ শীৰ্ষলৈ আহিছে৷ ইয়াৰ মাজতে দিল্লীৰ এক অনুষ্ঠান বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰো আছে৷ আনহাতে আন বিষয়ৰ বাবেও অভিনেত্ৰীগৰাকী সংবাদ শিৰোণামলৈ আহি থাকে৷

প্ৰায় এমাহ মান পূৰ্বে বলিউদৰ ম’ষ্ট ৱান্টেড বেচে’লৰ চলমান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বুলিও চৰ্চা লাভ কৰিছিল৷ দুয়োৰে মাজৰ বিশেষ ফ’টোগ্ৰাফকলৈ সেই চৰ্চাই সংবাদ মাধ্যমৰ শীৰ্ষত উঠিছিল৷ পিছত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হোৱা নাই বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

কিন্তু তাৰ মাজতে আন এক বিষয়ে চৰ্চা লাভ কৰিছে৷ কডেমিয়ান কপিল শৰ্মাৰ শ্ব’ত পিতৃ শত্ৰুঘ্ন সিনহাই সোণাক্ষীক লৈ এক বিশেষ মন্তব্য কৰিছে৷

সোণাক্ষীও উপস্থিত থকা শ্ব’টোত শত্ৰুঘ্ন সিন্হাই একমাত্ৰ কন্যা সোণাক্ষীক সম্পত্তি ভাগ নিদিয়ে বুলি স্পষ্টৰূপে ঘোষণা কৰিছে৷ সিন্হাই দুই পুত্ৰৰ মাজত তেওঁৰ সকলো আৰ্জিত সম্পত্তি ভগাই দিয়া হ’ব বুলিও মন্তব্য কৰিছে৷

ইয়াৰ পিছতে সামাজিক মাধ্যমত পুনৰ অন্য এক গুঞ্জন শুনা গৈছে৷ সোণাক্ষীয়ে চলমান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ থকাৰ বাবেই পিতৃয়ে সম্পত্তি ভাগ নিদিওঁ বুলি কৈছে৷ অৱশ্যে এই সম্ভাৱনাৰ কোনো সমৰ্থিত তথ্য নাই৷

লগতে পঢ়ক গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’

আনহাতে, সোণাক্ষীয়ে অভিনয়েৰে নিজৰ নাম উজলাই তোলাৰ লগতে যথেষ্ট ধন সম্পত্তিও আৰ্জিছে৷ নিজৰ প্ৰতিভাৰ বলতে সোণাক্ষীয়ে এই সম্পত্তি আৰ্জন কৰিছে৷ তেনে ক্ষেত্ৰত এগৰাকী স্বাধীন নাৰী হিচাপে সোণাক্ষীক পিতৃৰ সম্পত্তিৰ হয়তো প্ৰয়োজনো নাই৷

অৱশ্যে চেলিব্ৰেটি জীৱনক লৈ এনেধৰণৰ বিভিন্ন চৰ্চা চলিয়ে থাকে, ইয়াৰে কিছুমান গ’ছিপ হৈয়ে ৰয় আৰু দুই এটা সত্যলৈ ৰূপান্তৰো হয়৷ এয়া গ’ছিপ নে সত্য সেয়া সময়ত পোহৰলৈ আহিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSalman Khansatrughna sinhasonaskhi sonha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Next Post
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.