• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

4 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

2 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

3 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

4 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

4 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

5 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

6 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

6 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

7 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

7 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

8 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…

editor by editor
April 2, 2022
in অসম, ভাৰত
0
এপ্ৰিলত অসমত কিমান দিন বেংক বন্ধ থাকিব? চাওক বেংক বন্ধৰ তালিকা…
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ এপ্ৰিলৰ পৰা নতুন অৰ্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষ আৰম্ভ হৈছে৷ ইতিমধ্যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ২০২২-২৩ বিত্তীয় বৰ্ষৰ বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে৷

এই নিৰ্দেশনাতে বিত্তীয় বৰ্ষ আৰম্ভণি মাহটোত কিমান দিন বেংক বন্ধ থাকিব তাৰো তথ্য সন্নিৱষ্ট কৰিছে৷ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি কেৱল অসমতে নহয় সমগ্ৰ দেশত এপ্ৰিল মাহত ১৫ দিন বেংক বন্ধ থাকিব৷

আৰবিআইৰ নিৰ্দেশনা অনুসৰি চলিত মাহতো ১ এপ্ৰিলৰ পৰা ৫ এপ্ৰিললৈ একেৰাহে বেংক বন্ধ থাকিব৷ আনহাতে অসমৰ লগতে সমগ্ৰ দেশতে এপ্ৰিল মাহত কেতিয়া কেতিয়া আৰু কি কি উপলক্ষ্যে বেংক বন্ধ থাকিব তাৰ তালিকাও আৰবিআই-এ প্ৰকাশ কৰিছে৷

লগতে পঢ়ক দেশত বৈধতাৰ দিশে সমলিংগ বিবাহ! লোকসভাত বৈধতা প্ৰদান বিধেয়ক উত্থাপন

ভাৰতত ঠাই অনুযায়ী তলত উল্লেখ কৰা দিনকেইটাত হে বেংক বন্ধ থাকিব

এপ্ৰিল ১ – বাৰ্ষিক অডিট, প্ৰায় সকলো ৰাজ্যৰ বেংক বন্ধ৷
এপ্ৰিল ২ – গুড়ি পদৱা/উগাদি উৎসৱ/নৱৰাত্ৰি/তেলেগু নৱবৰ্ষ/চাজিবু নংগাম্পাম্বা (চাৰোবা)-কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, মণিপুৰ, ইম্ফল, জম্মু আৰু কাশ্মীৰ, গোৱাত বেংক বন্ধ৷

এপ্ৰিল ৩ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ৪ – চাৰিহুল – ঝাৰখণ্ডত বেংক বন্ধ৷
এপ্ৰিল ৫ – বাবু জগজীৱন ৰামৰ জন্মদিন – তেলেংগানাত বেংক বন্ধ৷

লগতে পঢ়ক মূৰত গুলীয়াই আত্মহননৰ চেষ্টা ১৫ বছৰীয়া কিশোৰীৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি

এপ্ৰিল ৯ – মাহৰ দ্বিতীয় শনিবাৰ৷
এপ্ৰিল ১০ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ১৪ – ড. বাবাচাহেব আম্বেদকাৰ জয়ন্তী/মহাবীৰ জয়ন্তী/বৈশাখী/তামিল নৱবৰ্ষ/চাৰোবা, বিজু উৎসৱ/বিহু- মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে আন ঠাইত বেংক বন্ধ৷

এপ্ৰিল ১৫ – গুড ফ্ৰাইডে/বঙালী আৰু অসমীয়া নৱবৰ্ষ/হিমাচল দিৱস/বিশু/ব’হাগ বিহু- ৰাজস্থান আৰু জম্মু-শ্ৰীনগৰৰ বাহিৰে আন ঠাইত বেংক বন্ধ৷এপ্ৰিল ১৬ – ব’হাগ বিহু – গুৱাহাটীত বেংক বন্ধ৷
এপ্ৰিল ১৭ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২১ – গাৰিয়া পূজা – ত্ৰিপুৰাত বেংক বন্ধ৷

লগতে পঢ়ক ইতিহাস ৰচি শতক অতিক্ৰম কৰিলে বিজেপিয়ে, উত্তৰ পূৱৰ পৰা উচন হ’ল কংগ্ৰেছ

এপ্ৰিল ২৩ – মাহৰ চতুৰ্থ শনিবাৰে সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২৪ – দেওবাৰ সাপ্তাহিক বন্ধ৷
এপ্ৰিল ২৯ – জম্মু আৰু শ্ৰীনগৰত শ্বাব-ই-কাদৰ/জুমত-উল-ভিদা- বেংক বন্ধ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
Next Post
সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.