• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

4 years ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

24 minutes ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

56 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

19 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

21 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

22 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

23 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 day ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

editor by editor
April 7, 2022
in ভাৰত, ৰাজনীতি
0
২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে দৃষ্টান্তমূলক প্ৰদৰ্শন কৰাৰ পিছতে দলটোৰ ৰাজনৈতিক উচ্চাকাংশা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতে দলটোৱে আগন্তুক হিমাচল প্ৰদেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাট দখল কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷

ৰাষ্ট্ৰীয় সংবাদ সংস্থা এনডিটিভৰ এক সাক্ষাৎকাৰত আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে তেওঁৰ দলে দিল্লীৰ পিছতে পঞ্জাৱত ক্ষমতা দখলৰ পিছতে দেশৰ অন্যান্য ৰাজ্যলৈ তেওঁৰ দলক সম্প্ৰসাৰিত কৰিব বিচাৰিছে৷

ইতিমধ্যে অৰবিন্দ কেজৰিৱালে গুজৰাট আৰু হিমাচল প্ৰদেশত ৰণদুন্দুভি বজাইছে৷ দুয়োখন ৰাজ্যতে কেজৰিৱালৰ অনুষ্ঠান বিপুল জন সমাগম হোৱা পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

ইফালে ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন সম্পৰ্কে কৰাৰ প্ৰশ্নোত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰা দেখা যায়৷

কংগ্ৰেছক দেশৰ প্ৰধান বিৰোধী দল হিচাপে লৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ তেওঁ দলে কিবা পৰিকল্পনা কৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ পৰা কেজৰিৱালে আঁতৰি যায়।

ইয়াৰ উত্তৰত অৰবিন্দ কেজৰিৱালে কয় যে ‘সকলো জনতাৰ ওপৰত৷ জনতাই হৈছে সৰ্বোচ্চ৷’

লগতে পঢ়ক এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

২০১৪ চনত বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ দৰেই ২০২৪ তো তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বুলি এক প্ৰশ্ন কৰা হৈছিল৷ উক্ত প্ৰশ্নোত্তৰ পোনপতীয়াকৈ নিদি কেজৰিৱালে কয় যে ‘প্ৰতিটো সময়েই বেলেগ বেলেগ’৷

তেওঁ লগতে কয় ‘‘মোৰ জীৱনৰ কৰ্মসূচী মোদীক পৰাভূত কৰিবলৈ নহয়৷ যেতিয়াই আমি ক্ষমতালৈ আহিম, তেতিয়া মোৰ একমাত্ৰ লক্ষ্য হৈছে দেশখন আগুৱাই লৈ যোৱা৷’’ অৰবিন্দ কেজৰিৱালে কয়৷

তেওঁৰ দলক কেৱল এটা দলে নহয় বুলি উল্লেখ কৰি আপ এটা দৰ্শন বুলিও অভিহিত কৰিছে৷ এই দৰ্শনক বিশ্বৰ ভিতৰতে ভাৰতক ১ নম্বৰ দেশৰূপে প্ৰতিষ্ঠা কৰাৰ দৰ্শন বুলি কয় অৰবিন্দ কেজৰিৱালে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: APPasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpDelhi CM AravindPM Modipm narendra modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
Next Post
এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এইবাৰ মাৰোৱাৰী, বিহাৰী সম্প্ৰদায়ক বহাগ বিহু পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.