• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

5 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

6 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

9 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

editor by editor
April 8, 2022
in ভাৰত
0
বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰে’লৱেই টিকটবিহীন ৰে’ল যাত্ৰীসকলৰ পৰা জৰিমনা সংগ্ৰহ কৰি প্ৰতি বিত্তীয় বৰ্ষতে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে৷ ভাৰতীয় ৰে’লৰ এজন কৰ্মচাৰীয়ে টিকটবিহীন ৰে’ল যাত্ৰীৰ পৰা এটা বছৰত সংগ্ৰহ কৰিছে বহৎ অংকৰৰ জৰিমনা৷

লোকজন হৈছে ভাৰতীয় ৰে’ল বিভাগৰ টিকট পৰীক্ষক শশী কুমাৰ৷ বিহাৰৰ শশী কুমাৰে এটা বছৰত টিকটবিহীন ৰে’ল যাত্ৰীৰ পৰা অকলেই ১.১১ কোটি টকা জৰিমনা সংগ্ৰহ কৰিছে৷

ভাৰতীয় ৰে’লৱে সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা বৰ্ষটোত শশী কুমাৰে অকলেই প্ৰায় ১৬ হাজাহ টিকটবিহীন ৰে’ল যাত্ৰীক ধৰা পেলাইছে৷ ৰে’লৰ এই কৰ্মচাৰীজনে দৈনিক গড়ে ৪০ জনকৈ টিকটবিহীন ৰে’ল যাত্ৰীক ধৰা পেলাইছিল৷

 

লগতে পঢ়ক এলিয়েনৰ সংস্পৰ্শত গৰ্ভৱতী হ’ল মহিলা! পেণ্টাগণৰ প্ৰতিবেদনত প্ৰকাশ

চাৰি বছৰ পূৰ্বে ভাৰতীয় ৰে’ল বিভাগৰ টিকট পৰীক্ষক হিচাপে যোগদান কৰা শশী কুমাৰে মুখ্যতঃ বিহাৰৰ দানাপুৰ, পাটনা, বাক্সাৰ আৰু দীনদয়াল উপাধ্যায় জংচন আৰু ষ্টেচনত টিকট পৰীক্ষক হিচাপে কাম কৰি আহিছে৷

ইতিমধ্যে ভাৰতীয় ৰে’লৰ পূৱ-কেন্দ্ৰীয় শাখাৰ বাণিজ্যিক সঞ্চালক অধৰ ৰাজে শশী কুমাৰৰ এই কৰ্তব্যনিষ্ঠাৰ বাবে এক প্ৰমাণ পত্ৰ প্ৰদান কৰিছে৷ প্ৰমাণ পত্ৰত উল্লেখ কৰা মতে শশী কুমাৰে যোৱা বছৰটোত মুঠ ২৩৭ টা দিন কৰ্মত উপস্থিত আছিল৷

তেওঁ লগতে পিএনবিই-৪টো টিকটবিহীন ভাৱে যাত্ৰা কৰা ১১,২৬৭ গৰাকী যাত্ৰীক ধৰা পেলাই ৬৮.৩০ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে৷ এই কামৰ স্বীকৃতি ৰূপে পাটনা ষ্টেচনৰ সঞ্চালকে শশী কুমাৰক অন্য এক প্ৰমাণ পত্ৰও প্ৰদান কৰিছে৷

 

লগতে পঢ়ক নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

ইফালে শশী কুমাৰে প্ৰকাশ কৰিছে যে টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীৰ পৰা ১.১১ কোটি টকা সংগ্ৰহ কৰি তেওঁ অত্যন্ত সুখী৷

‘‘মোক য’তেই কাম কৰিবলৈ প্ৰেৰণ কৰা হৈছিল, তাতেই মই অতি নিষ্ঠাৰে কাম কৰিছিলো৷’’ পৰৱৰ্তী বৰ্ষটোত ২ কোটি টকা জৰিমনা সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰি লোৱা শশী কুমাৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndian RailwaySashi Kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলিল চকা! ভাগি দুভাগ হ’ল চলন্ত বিমান, ক’ত?

অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলিল চকা! ভাগি দুভাগ হ’ল চলন্ত বিমান, ক’ত?

মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.