• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

5 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

37 minutes ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

4 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

16 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

17 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

editor by editor
April 11, 2022
in অপৰাধ, ভাৰত
0
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে দিল্লী আৰক্ষীয়ে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ শিক্ষাৰ্থীক হিংসাত্মক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ বিশ্ববিদ্যালয়খনৰ সংশ্লিষ্ট হোষ্টেলটোৰ আৱাসীৰ অভিযোগৰ ভিত্তিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে৷

‘‘জেএনইউএছইউ, এছএফআই, ডিএছএফ আৰু আইএছএৰ সদস্যসকলে এবিভিপিৰ অচিনাক্ত সদস্যৰ বিৰুদ্ধে সোমবাৰে পুৱা ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে৷’’ দিল্লী আৰক্ষীৰ উপ আয়ুক্ত (দক্ষিণ পশ্চিম) মনোজ চিয়ে সংবাদ মাধ্যমৰ আগত কয়৷

ইতিমধ্যে দিল্লী আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৩, ৩৪১, ৫০৯, ৫০৬ আৰু ৩৪ অধীনত গোচৰ কৰিছে৷ গোচৰ ৰুজু কৰিয়ে দিল্লী আৰক্ষীয়ে অভিযুক্তসকলক চিনাক্ত কৰিবলৈ হিংসাত্মক ঘটনাটোৰ প্ৰমাণিক আৰু বিজ্ঞানসন্মত তথ্য প্ৰমাণসহ ফুটেজ সংগ্ৰহ কৰি থকা বুলিও প্ৰকাশ কৰিছে৷ ঘটনাৰে জড়িতসকল এবিভিপিৰ সদস্য হ’লেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷

 

লগতে পঢ়ক কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

উল্লেখ্য যে দেওবাৰে সন্ধিয়া সন্দেহজনক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই বিশ্ববিদ্যালয়খনৰ চৌদহত প্ৰৱেশ কৰি কাবেৰী আৱাসত আক্ৰমণ সংঘটিত কৰিছিল৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে উক্ত আক্ৰমণত ষোল্লগৰাকীকৈ শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে৷

অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ছাত্ৰ সংগঠন এবিভিপিৰ সদস্যই ৰাম নৱমীত শিক্ষাৰ্থীসকলে আমিষ খাদ্য খোৱাক কেন্দ্ৰ কৰি এই হিংসাত্মক আক্ৰমণ সংঘটিত কৰিছিল৷ ইতিমধ্যে আক্ৰমণকাৰী দলটোৱে কিমান ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল তাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

 

লগতে পঢ়ক শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

ইপিনে এটা ভিডিঅ’ত আখতাৰিষ্টা আনছাৰী নামৰ এগৰাকী শিক্ষাৰ্থীৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ দেখা গৈছে যদিও কৰ্তৃপক্ষই উক্ত ভিভিড’টো দেওবাৰৰ ঘটনাৰ নহয় বুলি নিশ্চিত কৰিছে৷

ইফালে এবিভিপিৰ সদস্যসকলে এই অভিযোগ নস্যাৎ কৰি দাবী কৰিছে যে তেওঁলোকে আয়োজন কৰা ৰামনৱমী পূজাত বাঁওপন্থী শিক্ষাৰ্থীসকলে বাধা প্ৰদানহে কৰিছিল আৰু ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ABVPaisaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDSFJNUJNU attackJNU Students' UnionJNUSUsfi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.