• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?

কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?

4 years ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

7 minutes ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

11 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

11 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

11 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

11 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

12 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

13 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

13 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

14 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

14 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

15 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?

editor by editor
April 12, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ নেচনেল এছেম্বলীত অনাস্থা ভোটত পৰাস্ত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তফা দিছে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷

দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ৰাজনীতিলৈ অহাৰ পূৰ্বে আছিল বিশ্বৰ এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ৷ ১৯৯২ চনত ইমৰাণ খানৰ নেতৃত্বতে পাকিস্তানে ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়ন হৈছিল৷ ইয়াৰ পিছতে ইমৰাণ খানে পাকিস্তানত নায়কোচিত মৰ্যাদা লাভ কৰিছিল৷

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰা আৰু আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হ’লেও ইমৰাণ খান ক্ৰিকেটাৰ হিচাপে এজন সফল খেলুৱৈ আছিল৷ ইয়াৰোপৰি ইমৰাণ খান অন্য এক বিশিষ্ট গুণো আছিল৷ সেয়া হৈছে চেলিব্ৰেটি তথা ছবি নায়িকাৰ সৈতে সম্পৰ্ক গঢ়ি তোলা৷ অৰ্থাৎ ইমৰাণ খান এজন নিখুঁট প্লে’বয় আছিল!

লগতে পঢ়ক http://মূল্যবৃ্দ্ধিত জ্বলি ছাই হৈছে দেশ! অথচ WTOলৈ খাদ্য প্ৰেৰণ কৰিব ভাৰতে

এই ইমৰাণ খানৰে বলিউদৰ একাধিক অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলিও গুঞ্জন উঠিছিল৷ আজি আমি বলিউদৰ নায়িকাৰ সৈতে ইমৰাণ খানৰ প্ৰেমৰ গঞ্জন উঠা নায়িকাৰ বিষয়ে উল্লেখ কৰিব খুজিছো৷

বলিউদৰ এগৰাকী নায়িকা মুনমুন সেনৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি চৰ্চা লাভ কৰিছিল৷ তেওঁলোকৰ সম্পৰ্কে বিষয়ে সেই সময়ত যথেষ্ট চৰ্চা লাভ কৰিলে দুয়োৱে এই সম্পৰ্কে মুখ খোলা নাছিল৷

শ্বাবনা আজমীৰ সৈতে ইমৰাণ খানৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি বাতৰি উলাইছিল৷ তেওঁলোকৰ দুয়োৰে মাজত ঘণিষ্ঠতা বৃদ্ধি পোৱা বুলিও চৰ্চা লাভ কৰিলেও সেয়া ৰহস্যাবৃত্ত হৈয়ে থাকিল৷ সত্তৰ দশকৰ ব’ল্ড নায়িকা জিনত আমনৰ সৈতেও ইমৰাণ খানৰ সম্পৰ্ক আছিল বুলি ব্যাপক চৰ্চা লাভ কৰিছিল৷ ১৯৭৯ চনত জিনত আমনৰ সৈতে ঘণিষ্ঠতা বৃদ্ধি পোৱাৰ বাবে সেই বছৰেই ইমৰাণ খানে ‘প্লে’বয়’ৰ আখ্যা লাভ কৰিছিল৷

লগতে পঢ়ক  ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?

’৭৯ত ইমৰাণে বাংগালুৰুৰ ক্ৰিকেট ষ্টেডিয়ামত নিজৰ ২৭ সংখ্যক জন্মদিন পালন কৰিছিল৷ উক্ত পাৰ্টিত পাক ক্ৰিকেটাৰসকলৰ সৈতে জিনত আমনো উপস্থিত থকা বুলি ভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছিল৷

ইফালে বলিউদৰ চিৰসেউজ নায়িকা ৰেখাৰ সৈতেও ইমৰাণ খানৰ প্ৰেমৰ গুঞ্জন উঠিছিল৷ অৱশ্যে এই সত্যতা এতিয়াও নিশ্চিত হোৱা নাই৷ কিন্তু, ষ্টাৰ নামৰ এখন সংবাদ পত্ৰত ‘ৰেখাৰ সৈতে ইমৰাণৰ বিয়া’ বুলিও শিৰোণাম প্ৰকাশ পাইছিল৷ সংবাদ পত্ৰখনে লগতে ১৯৮৫ চনৰ এপ্ৰিল মাহটো ইমৰাণে ৰেখাৰ সৈতে মুম্বাইতে থকা বুলিও দাবী কৰিছিল৷

অৱশ্যে, সংবাদ মাধ্যমত এইসমূহ গুঞ্জন উঠিলেও ইমৰাণ খান বা বলিউদৰ অভিনেত্ৰীসকলে এই সম্পৰ্কে কোনো কথা খোলোচা কৰা নাছিল৷ বৰং ইমৰাণ খানে ভাৰতীয় অভিনেত্ৰীৰ সৈতে বিয়াৰ কথা কেতিয়াও ভবা নাই বুলিহে প্ৰকাশ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood actressimran khanJinat AmanMunmun Senrekha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

May 5, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
Next Post
ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.