• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

4 years ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

12 minutes ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

41 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

56 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

2 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

4 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

6 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

7 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

19 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

editor by editor
April 13, 2022
in বিশ্ব, ৰাজনীতি
0
‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়ান সেনা আৰু পত্নীৰ মাজৰ এটা ৩০ ছেকেণ্ডৰ কথোপকথনৰ অডিঅ’ ভাইৰেলে সমগ্ৰ বিশ্বকে হচকিত কৰি তুলিছে৷

অডিঅ’টোত ৰাছিয়ান সেনাৰ পত্নীয়ে সৈনিক স্বামীক ইউক্ৰেইনৰ নাৰীক ধৰ্ষণ কৰিবলৈ অনুমতি দিয়াৰ লগতে নিৰ্দেশো দিছে৷ ইউক্ৰেইনৰ নিৰাপত্তা সেৱা বিভাগ(SBU)ৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰা অডিঅ’টোত স্পষ্টভাৱে পত্নীয়ে ৰাছিয়ান সেনাক ইউক্ৰেইনৰ নাৰীক ধৰ্ষণ কৰিবলৈ কোৱা শুনা গৈছে৷

‘‘তাত ইউক্ৰেইনৰ নাৰী আছে৷ তেওঁলোক ধৰ্ষণ কৰা৷ অঁ, আৰু মোক একো নক’বা, বুজিছা!’’ অডিঅ’টোত ৰাছিয়ান সেনাৰ পত্নীয়ে এইদৰে হাঁহি হাঁহি সৈনিক স্বামীক কোৱা শুনা গৈছে৷

লগতে পঢ়ক কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ

‘‘অঁ-হঁ৷ মই ধৰ্ষণ কৰিম৷ আৰু তোমাক একো নকওঁ ন?’’ সৈনিকজনে এইদৰে পত্নীক সোধা শুনা গৈছে৷

‘‘হয়, এই বিষয়ে মই একো নাজানো৷’’ সৈনিকৰ পত্নীয়ে এইদৰে কোৱাৰ পিছতে দুয়োৱে অট্টহাস্য কৰি হাঁহে আৰু পত্নীয়ে পুনৰ কয় ‘‘কিয় তুমি মোক সুধিছা?’’

‘‘কি মই সঁচাই ধৰ্ষণ কৰিম?’’ সৈনিক স্বামীয়ে পুনৰ সোধে৷

‘‘হয়৷ মই তোমাক অনুমতি দিছো৷ কিন্তু প্ৰটেকচন লৈ কৰিবা৷’’ সৈনিকৰ পত্নীয়ে কয়৷

লগতে পঢ়ক অভিনেত্ৰী সোণম কাপুৰৰ দিল্লীৰ বাসগৃহৰ পৰা কোনে চুৰি কৰিলে ২.৪ কোটিসহ গহনা?

SBUএ এই অভিড’টো শ্বেয়াৰ কৰি দাবী কৰিছে ৮০ শতাংশ ৰাছিয়ান সেনাৰ পত্নীয়ে তেওঁলোকৰ সৈনিক স্বামীয়ে ইউক্ৰেইনৰ নাৰীক ধৰ্ষণ কৰাতো সমৰ্থন কৰিছে৷ ‘‘আগ্ৰাসী ৰাছিয়ান সেনাৰ পত্নীয়ে তেওঁলোকৰ সৈনিক স্বামীক ইউক্ৰেইনৰ নাৰীক ধৰ্ষণ কৰিবলৈ অনুমতি দিছে৷’’ মংগলবাৰে ইউক্ৰেইনৰ নিৰাপত্তা সেৱা বিভাগে নিজৰ টেলিগ্ৰাম চেনেলত এইদৰে কয়৷

ৰাছিয়ান সেনাই শিশুসহ ১০০ তকৈ অধিক নাৰীক ধৰ্ষণ কৰা বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে দাবী কৰাৰ পিছতে ভাইৰেল হোৱা এই অডিঅ’টোৱে এতিয়া সমগ্ৰ বিশ্বজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

ইফালে ইউক্ৰেইনৰ শিশুক যৌন নিগ্ৰহ চলোৱাৰ অভিযোগত এগৰাকী ৰুছ সেনাক গ্ৰেপ্তাৰ কৰা হৈছে৷ এগৰাকী ১১ বছৰীয়া কন্যা শিশুক নিজ মাতৃৰ সন্মুখতে ৰুছ সেনাই ধৰ্ষণ কৰা বুলিও দাবী কৰা হৈছে৷ এখন চকীত মাতৃক বান্ধি লৈ নিজ কন্যাক ধৰ্ষণৰ দৃশ্য চাবলৈ ৰুছ সেনাই বাধ্য কৰা বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক ৯০ গৰাকী স্পাইজেট পাইলটৰ বিমান উৰণত নিষেধাজ্ঞা DGCAৰ : কিন্তু কিয়?

ইফালে এগৰাকী ১৪ বছৰীয়া কিশোৰীক পাঁচগৰাকী ৰুছ সেনাই ধৰ্ষণ কৰাৰ পিছতে কিশোৰীগৰাকী গৰ্ভৱতী হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ মানৱ আধিকাৰ সংসদীয় আয়ুক্ত ল্যুডমিলা ডেনিছ’ভাই৷

আনহাতে, মস্কোৱে ইউক্ৰেইনৰ এই সকলো দাবীকে নস্যাৎ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia UkraineRussia Ukraine invasionRussian solders rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
Next Post
‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.