• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

4 years ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

6 minutes ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

25 minutes ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

40 minutes ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

1 hour ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

18 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

19 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

19 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

20 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

20 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

20 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

21 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

editor by editor
April 20, 2022
in ভাৰত
0
ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতে গাইডেড-মিছাইল ধ্বংসকাৰী আইএনএছ দিল্লীৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। আইএনএছ দিল্লীত এটা উন্নীত মডুলাৰ লঞ্চাৰ ব্যৱহাৰ কৰি মিছাইলটোৰ এণ্টি-ছিপ ভেৰিয়েণ্টৰ পৰীক্ষা কৰা হয়।

ভাৰতীয় নৌসেনাই পৰীক্ষামূলক এটা ভিডিঅ’ৰ সৈতে টুইট কৰি কয় যে আইএনএছ দিল্লীৰ দ্বাৰা উন্নীত মডুলাৰ লঞ্চাৰৰ পৰা ব্ৰহ্ম’ছ সফল ভাৱে পৰীক্ষণ কৰা হৈছে৷

বুধবাৰে ব্ৰহ্ম’ছৰ বিষয়াসকলে সংবাদ সংস্থা এএনআইক কৈছিল যে মঙলবাৰে প্ৰায় ৩,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত নিক্ষেপ কৰা মিছাইলটোৱে (ৱাৰহেড অবিহনে) পৰিত্যক্ত জাহাজখনত আঘাত কৰি এটা ছিদ্ৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

‘‘১৯ এপ্ৰিলত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ দিল্লীৰ দ্বাৰা ব্ৰহ্ম’ছ চুপাৰচনিক ক্ৰুজ মিছাইলৰ পৰীক্ষা কৰা হৈছিল। ৱাৰহেড অবিহনে মিছাইলে পৰিত্যক্ত জাহাজখনত আঘাত কৰি এটা ছিদ্ৰৰ সৃষ্টি কৰে। মিছাইলটোৱে প্ৰতি ঘণ্টাত প্ৰায় ৩,০০০ কিলোমিটাৰ গতিবেগত লক্ষ্য স্থানত আঘাত কৰে,’’ বিষয়াসকলে কয়।

ইফালে মঙলবাৰে ইয়াৰ কাৰিকৰী দক্ষতা তথা প্ৰস্তুতি প্ৰদৰ্শন কৰি ভাৰতীয় বায়ু সেনাই একেখন জাহাজত পূৱ সাগৰৰ পাৰত থকা চুখ’ই যুঁজাৰু জেটৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইল এটা সফলতাৰে পৰীক্ষা কৰে।

মিছাইলটোৱে নিৰ্ভুল আৰু নিখুঁতভাৱে লক্ষ্যস্থানত আঘাত কৰা বুলিও বিষয়াসকলে প্ৰকাশ কৰিছে। মিছাইলটোৱে পোনপটীয়াকৈ আঘাত কৰাৰ পিছত জাহাজখন ডুব গৈছিল।

লগতে পঢ়ক গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

২০১৬ চনত ভাৰত চৰকাৰে ব্ৰহ্ম’ছৰ বায়ু-উৎক্ষেপিত সংস্কৰণটোক ৪০ খনতকৈও অধিক চুখ’ই যুঁজাৰু বিমানৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছিল। এই প্ৰকল্পটো সাগৰ বা ভূমিৰ যিকোনো লক্ষ্যত বৃহৎ ষ্টেণ্ড-অফ ৰেঞ্জৰ পৰা আক্ৰমণ কৰিব পৰাকৈ ইয়াৰ সামৰ্থ্য বৃদ্ধি কৰা হৈছিল।

যোৱা ৫ মাৰ্চত ভাৰতীয় নৌসেনাই ভাৰত মহাসাগৰৰ এটা ষ্টিল্থ ডেষ্ট্ৰোয়াৰৰ পৰা ব্ৰহ্ম’ছ চুপাৰছনিক ক্ৰুজ মিছাইলৰ এটা উন্নত সংস্কৰণ সফলতাৰে পৰীক্ষা কৰিছিল। মিছাইলটো ষ্টিল্থ ডেষ্ট্ৰোয়াৰ আইএনএছ চেন্নাইৰ পৰা নিক্ষেপ কৰা হৈছিল।

ভাৰত-ৰাছিয়াৰ যুটীয়া উদ্যোগ ব্ৰহ্ম’ছ এৰোস্পেচে চুপাৰছনিক ক্ৰুজ মিছাইল প্ৰস্তুত কৰিছে যিটোক চাবমেৰিন, জাহাজ, বিমান বা স্থলৰ পৰাও উৎক্ষেপণ কৰিব পাৰি।

মিছাইলটোৰ উন্নত সংস্কৰণটোক  ২৯০ কিলোমিটাৰ দূৰত্বৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যস্থানক আঘাত কৰিব পৰাকৈ সম্প্ৰসাৰিত কৰা বুলি জানিব পৰা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrahMosindian armyindian army firingIndianNavy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

April 16, 2026
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
Next Post
অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.