• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

4 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

39 minutes ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

53 minutes ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

1 hour ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

2 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

3 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

5 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

6 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

editor by editor
April 21, 2022
in অসম, বিবিধ
0
‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যম হৈছে সেই ঠাই য’ত যিকোনো বিষয় আৰু যিকোনো সময়তে ভাইৰেল হৈ পৰে আৰু মানুহৰ মনোযোগ আকৰ্ষণ কৰে। বহুবাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু ভাইৰেল হৈ আমোদ দি থাকে মানুহক৷ যেনে কিছু বছৰ আগতেই এখন নোটত লিখা কিছু বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। নোটখনত লিখা হৈছিল ‘সোনম গুপ্তা বেৱফা হ্যে’৷ বাতৰিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল আৰু মানুহে তাকে লৈ বহুতো ধেমেলীয়া কৌতুক আৰু ভিডিঅ’ আদি বনাইছিল৷

এতিয়া আকৌ এবাৰ সামাজিক মাধ্যমত এটা টোকা ভাইৰেল হৈছে। এখন ১০ টকীয়া নোটৰ ওপৰত এগৰাকী প্ৰেমিকাই তাইৰ প্ৰেমিকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা লিখিছে।

এগৰাকী প্ৰেমিকাই তাইৰ প্ৰেমিকৰ বাবে ১০ টকীয়া নোটত এনে বাৰ্তা লিখিছে যিটো হাস্যজনক আৰু এতিয়া ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে।

লগতে পঢ়ক পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

১০ টকীয়া নোটত প্ৰেমিকাগৰাকীয়ে লিখিছে, “বিশাল, মোৰ বিয়া ২৬ এপ্ৰিলত, মোক লৈ যোৱা। মই তোমাক বহুত ভাল পাওঁ। তোমাৰ প্ৰেমিকা- কুসুম।”

এতিয়া এই টোকাটোৱে ছ’চিয়েল মিডিয়াত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে আৰু মানুহে ইয়াৰ ওপৰত তেওঁলোকৰ ধেমেলীয়া প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে।

টোকাটোত লিখা বাৰ্তাটো দেখি, আপুনি নিশ্চয় বুজি পাইছে যে বাৰ্তাটো এগৰাকী কুসুম নামৰ ছোৱালীয়ে বিশাল নামৰ প্ৰেমিকাক উদ্দেশ্যি লিখিছে৷ সম্ভৱত কুসুমে তাইৰ সন্মতি অবিহনে আন কাৰোবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ বাধ্য হৈছে।

Twitter show your power… 26th April ke Pehle kusum ka Yeh message vishal tak pahuchana hai.. Doh pyaar karne wale ko milana hai.. Please amplify n tag all vishal you know.. 😂 pic.twitter.com/NFbJP7DiUK

— Crime Master Gogo 🇮🇳 (@vipul2777) April 18, 2022

লগতে পঢ়ক কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

এই কাৰণে ছোৱালীজনীয়ে তাইৰ প্ৰেমিকলৈ ১০ টকীয়া নোট এখনত লিখিছে যে তাইৰ ২৬ এপ্ৰিলত বিয়া আৰু তাৰ আগতে আহি প্ৰেমিকে তাইক লৈ যাব লাগে। এতিয়া এই টোকাটোৱে সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে।

ভাইৰেল হৈ পৰা নোটখন বিভিন্নজনে সামাজিক মাধ্যমতে শ্বেয়াৰ কৰিছে যাতে কুসুমে ২৬ এপ্ৰিলৰ আগতে বিশালক লগ পায়৷ কোনো উদাৰ মনৰ ব্যক্তিয়ে ফটোখন টুইটাৰত শ্বেয়াৰ কৰি লিখিছে “টুইটাৰ ব্যৱহাৰকাৰীসকল আপোনালোকে পূৰ্ণ শক্তিৰে সহযোগ কৰক। ২৬ এপ্ৰিলৰ আগতে কুসুমৰ বাৰ্তাটো বিশালৰ কাষ চপাব লাগে৷ দুজন প্ৰেমিকক লগ হ’বলৈ সহায় কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
Next Post
চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.