• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে

মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে

4 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

12 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

34 minutes ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

51 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

1 hour ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

1 hour ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

3 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

4 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

5 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

6 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে

editor by editor
April 25, 2022
in অপৰাধ, অসম
0
মহানগৰীত চাঞ্চল্যকৰ ঘটনা : তিনিমহলাৰ পৰা বনকৰা কিশোৰীক পেলাই দিলে মালিকনীয়ে
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীৰ বেলতলা জয়ানগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ ঘৰৰ মালিকনীয়ে এগৰাকী কাম কৰা কিশোৰীক অট্টালিকাৰ পৰা তললৈ পেলাই দিয়ে৷

ঘটনাৰ বিৱৰণীৰ মতে বনশ্ৰী চৰকাৰ নামৰ এগৰাকী মহিলাই ঘৰত বন কৰা কিশোৰীগৰাকীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিয়ে৷

ছলনী দীঘা নামৰ পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক তললৈ গতা মাৰি পেলাই দিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷

লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট : দলিত বিধায়ক জিগনেশ মেৱানীৰ জামিন লাভ

হাত, বুকু, পিঠি, ডিঙিত গুৰুতৰভাবে আঘাত পোৱা কিশোৰীগৰাকীক সংকটজনক অৱস্থাত এজাইল হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ টংলাৰ হাতীগড়ত বুলি জানিব পৰা গৈছে৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীযে সোধা পোছাৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰৰ লগতে তেওঁৰ ভগ্নীক আটক কৰিছে৷

লগতে পঢ়ক কোটি কোটি অনুৰাগীৰ বুকুত আঘাত! বাগদান সম্পন্ন হ’ল চেলেনা গুমেজৰ!

ইফালে জানিব পৰা মতে যোৱা জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰীগৰাকীয়ে নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে অকথ্য অত্যাচাৰ চলাই আহিছিল গৰাকী বনশ্ৰী চৰকাৰে৷

ভুক্তভোগী কিশোৰীৰগৰাকীয়ে প্ৰকাশ কৰা মতে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকীক মাত্ৰ এহেজাৰ টকা প্ৰদান কৰাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল আৰু আজি গতা মাৰি তিনি মহলাৰ ওপৰৰ পৰা তললৈ পেলাই দিয়ে৷

অভিযুক্ত বনশ্ৰী চৰকাৰৰ স্বামী সেনাবাহনীৰ চাকৰি কৰে আৰু তেওঁ বৰ্তমান ৰাস্থানত কৰ্মৰত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamguwahati accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
Next Post
মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?

মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?

মালিকক নোসোধাকৈ চিঙৰা খোৱাৰ বাবেই গ্ৰাহকক মৰিয়াই হত্যা

মালিকক নোসোধাকৈ চিঙৰা খোৱাৰ বাবেই গ্ৰাহকক মৰিয়াই হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.