• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

4 years ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

4 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

5 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

5 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

6 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

7 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

7 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

8 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

9 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

9 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

11 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

11 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

editor by editor
May 19, 2022
in বাণিজ্য, বিবিধ, বিশ্ব
0
গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিলাসী ব্ৰেণ্ড গুচি আৰু স্প’ৰ্টছৱেৰ প্ৰতিষ্ঠান এডিডাছৰ লাখ টকীয়া ছাতিয়েও বৰষুণক বাধা দিয়াত ব্যৰ্থ হোৱা বুলি এছিয়াৰ এখন দেশত তীব্ৰ চৰ্চা চলিছে৷ এই দেশখন হৈছে এছিয়াৰ বৃহত্তম দেশ চীন৷ বিষয়টোৱে চীনৰ সংবাদ মাধ্যমতো শিৰোনাম দখল কৰিছে৷

চৰ্চিত ছাতিৰ মূল্য হৈছে ভাৰতীয় মূল্যত প্ৰায় ১.২৭ লাখ টকা৷ ১.২৭ লাখ টকাৰ মূল্যৰ ছাতিয়ে বৰষুণক বাধা দিয়াত ব্যৰ্থ হোৱা বুলি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ হৈছে৷

পোষ্টটোত লিখা হৈছে ‘‘১১,১০০ ইউৰো ছাতিটো ৱাটাৰপ্ৰুফ নহয়৷’’ গুচি, এডিডাছক হেজষ্টেগ কৰি দিয়া পোষ্টটোৱে প্ৰায় ১৪ কোটি লোকে প্ৰত্যক্ষ কৰা বুলি কোৱা হৈছে৷ ইয়াৰ পিছতে দেশখনত গুচি আৰু এডিডাছৰ ছাতিৰ বিৰুদ্ধে জনমত গঢ়ি উঠা দেখা গৈছে৷

 

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

ইফালে এই সংস্কৰণ ছাতিৰ সন্দৰ্ভত বিজনেছ টুডে.ইন নামৰ প’ৰ্টেলত এখন প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে চীনত গুচি আৰু এডিডাছে ১৬৪৪ৰ পৰা ১১,১০০ মাৰ্কিন ডলাৰ মূল্যৰ বিলাসী ছাতি বিক্ৰী কৰি আহিছে৷ কিন্তু পৰিতাপৰ কথাটো হৈছে যে এই বিলাসী ছাতিসমূহে বৰষুণক বাধা দিয়াত ব্যৰ্থ হৈছে আৰু এইবোৰ ৱাটাৰপ্ৰুফ নহয়৷

ইয়াৰ পিছতে গুচিয়ে স্পষ্টিকৰণ দিছে৷ প্ৰতিষ্ঠানটোৱে স্পষ্টীকৰণত কয় যে এই ছাতিসমূহ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ৱাটাৰপ্ৰুফ নহয়, এইসমূহক সূৰ্যৰ ৰশ্মি অৰ্থাৎ ৰ’দ প্ৰতিৰোধী হিচাপেহে প্ৰস্তু কৰা হৈছে৷

ইফালে এডিডাছৰ প্ৰতিক্ৰিয়া বিচাৰি প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও কোনো সুফল পোৱা নাই৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে এডিডাছৰ সৈতে যোগাযোগ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই পৰ্টেলখনে৷

 

লগতে পঢ়ক শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

উল্লেখ্য যে চীনত পশ্চিমীয়া দেশৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এক শীতল ব্যৱসায়িক যুদ্ধ চলি আছে৷ বিশেষকৈ বিগত বৰ্ষত ৰাষ্ট্ৰপতি জিনপিঙে ‘সাধাৰণ সমৃদ্ধি’ৰ অভিযানেৰে দেশখনৰ প্ৰতিষ্ঠানসমূহে উৎপাদন তথা প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশৰ জনসাধাৰণক আহ্বান কৰিছিল৷

এই অভিযানৰ মূল উদ্দেশ্য হৈছে যে পশ্চিমীয়া দেশসমূহৰ বিলাসী ব্ৰেণ্ডসমূহৰ আগ্ৰাসন ৰোধ কৰি দেশীয় প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া৷ ঠিক তেনে সময়তে পশ্চিমীয়া বিলাসী ব্ৰেণ্ড গুচি আৰু এডিডাছৰ ছাতিৰ বিৰুদ্ধে চীনৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে সোচ্চাৰ হোৱাত পশ্চিমীয়া প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িকভাৱে ক্ষতিৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 4 children deadasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGucci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
Next Post
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.