• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

4 years ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

37 minutes ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

1 hour ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

15 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

15 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

16 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

16 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

18 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

19 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

19 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!

editor by editor
May 20, 2022
in বিশ্ব
0
মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে যৌন নিপড়ীনৰ ভয়ংকৰ অভিযোগ৷ প্ৰকাশিত বাতৰি অনুসৰি এলন মাস্কে তেওঁৰ কোম্পানী স্পেচএক্সত কাম কৰা এগৰাকী এয়াৰ হোষ্টেছক যৌন নিগ্ৰহ চলাইছিল৷

ইংৰাজী কাকত বিজনেছ ইনছাইডাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এলন মাস্কে বিমান পৰিচাৰিকাগৰাকীৰ পৰা মালিচ লোৱাৰ সময়তে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়ক কৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

কি আছিল অভিযোগ?

ইংৰাজী কাকত বিজনেছ ইনছাইডাৰৰ মতে এই কাণ্ডটো ২০১৬ চনত সংঘটিত হৈছিল। মহিলাগৰাকীয়ে স্পেচএক্সৰ কৰ্পৰেট বিমানত বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল।

অভিযোগ অনুসৰি, পৰিচাৰিকাৰ কাম আৰম্ভ কৰাৰ পিছত এয়াৰ হোষ্টেছগৰাকীক স্পেচএক্সৰ পৰা হেঁচা দিয়া হৈছিল যে মালিচ কৰা মহিলাৰ বাবে অনুজ্ঞাপত্ৰ ল’ব লাগে। যাতে তেওঁ মাস্কক মালিচ দিব পাৰে।

ইয়াৰ পিছতে ২০১৬ চনত মহিলাগৰাকীয়ে মাস্কৰ জেট প্লেন ‘গালফষ্ট্ৰিম জি৬৫০ইআৰ’ৰ এটা ব্যক্তিগত কেবিনত মালিচ দি আছিল। মালিচৰ সময়ত মাস্কে তেওঁক যৌন সম্পৰ্ক স্থাপনৰ বাবে এক অশ্লীল প্ৰস্তাৱ আগবঢ়াইছিল।

লগতে পঢ়ক নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

এয়াৰ হোষ্টেছগৰাকীয়ে কয় যে মাস্কে তেওঁক নিজৰ কোঠালৈ শৰীৰৰ মালিচৰ বাবে মাতিছিল। যেতিয়া কোঠাটোৰ ভিতৰলৈ সোমাই যায় তেতিয়া মাস্কে কেৱল শৰীৰৰ তলৰ অংশটো এখন তাৱেলেৰে ঢাকি ৰাখিছিল। মালিচৰ সময়ত মাস্কে যৌনাংগ প্ৰদৰ্শন কৰি তেওঁক যৌন সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিয়ে৷

প্ৰতিবেদন অনুসৰি, এই অভিযোগৰ পিছত ক্ষতিপূৰণ হিচাপে মাস্কৰ কোম্পানীয়ে স্পেচএক্সে মহিলাগৰাকীক ১ কোটি, ৭৫ লাখতকৈ অধিক ধন প্ৰদান কৰিছিল। মহিলাগৰাকীয়ে ২০১৮ চনত মাস্কৰ বিৰুদ্ধে এজন উকীলৰ দ্বাৰা অভিযোগ উত্থাপন কৰিবলৈ চেষ্টা কৰোতে মাস্কে এই বৃহৎ পৰিমাণৰ ধন দি মহিলাগৰাকীৰে বুজাপৰা কৰে৷

প্ৰতিবেদনত কোৱা হৈছে যে এয়াৰ হোষ্টেছৰ এগৰাকী সংগীয়ে তেওঁৰ স্বাক্ষৰসহ এই বিষয়ে লিখিত ঘোষণা কৰিছে। য’ত এয়াৰ হোষ্টেছগৰাকীৰ দাবীক সমৰ্থন কৰা দেখা গৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তথ্য, কিছুমান নথি-পত্ৰ, ইমেইল আৰু অন্যান্য ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰিহে এই অভিযোগ কৰা হৈছে।

লগতে পঢ়ক ঋতুস্ৰাৱ বন্ধ মানে গৰ্ভধাৰণ নহয়, গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ কি কি?

মাস্কে কি ক’লে?

এই বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে মাস্কে স্বভাৱজাত ভংগীমাৰে বিষয়টো তৰল কৰি তোলা বুলিও কোৱা হৈছে৷ মাস্কে ঘটনাটোৰ সন্দৰ্ভত প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁৰ এটা পুৰণি টুইট ৰিটুইট কৰি লঘু মন্তব্য কৰাহে দেখা গৈছে।

মাস্কৰ পুৰণি টুইটটো ২০২১ চনৰ ২৫ মাৰ্চৰ। টুইটটো লিখা আছে যে ‘‘যদি কেতিয়াবা মোৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠে, তেন্তে তাৰ নাম হ’ব  Elongate।’’ এই শব্দটোত মাস্কৰ নামৰ প্ৰথম শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে বৃদ্ধি কৰা।

২০ মে’ ২০২২ তাৰিখে অৰ্থাৎ শুকুৰবাৰে একেটা টুইট ৰিটুইট কৰি মাস্কে তৰলভাৱে কয় যে, ‘‘এইবোৰৰ পিছত আমি Elongate শব্দটোক এটা কেলেংকাৰীৰ নাম হিচাপে ব্যৱহাৰ কৰিব পাৰো। এইটো একেবাৰে নিখুঁত হ’ব।’’

অৱশ্যে বিজনেছ ইনছাইডাৰৰ মতে, মাস্কক এই বিষয়ে সোধাৰ সময়ত তেওঁ কয় যে এই কাহিনীটোত আৰু বহু কথা আছে। ইয়াৰ সমান্তৰালভাৱে মাস্কে বিজনেছ ইনছাইডাৰৰ এই প্ৰতিবেদনখনক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও অভিহিত কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamelon musk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?
বিশ্ব

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

July 9, 2026
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?
বিশ্ব

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

July 9, 2026
Next Post
যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.