• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

14 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

14 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

15 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

15 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

16 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

17 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

18 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

18 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

19 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

20 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

21 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

editor by editor
May 30, 2022
in ভাৰত, ৰাজনীতি
0
কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ দেশৰ কৃষৰক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাৰী নিক্ষেপ কৰা হৈছে৷ সোমবাৰে বেংগালুৰুৰ প্ৰেছ ক্লাবৰ গান্ধী ভৱনত এই কাণ্ড সংঘটিত কৰিছে কোনো লোকে৷

প্ৰকাশিত বাতৰি মতে কৃষক নেতা ৰাকেশ টিকেইটে এখন সংবাদ মেল সম্বোধন কৰি থকাৰ সময়তে প্ৰায় একডজন লোকে প্ৰৱেশ কৰি তেওঁৰ মুখলৈ ক’লা চিঞাহী নিক্ষেপ কৰে৷

লোককেইজনে সংবাদ মেলখনত সাংবাদিকক সম্বোধন কৰি থকা কৃষক নেতাগৰাকীৰ নিচেই ওচৰ চাপি চিঞাহী নিক্ষেপ কৰাৰ ফলতে পৰিৱেশটো উত্তপ্ত হৈ পৰে৷

লগতে পঢ়ক মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

লোকসকলে প্ৰৱেশ কৰি সংবাদ মেলখন চকী দলিয়াই পৰিৱেশ উত্তাল কৰি তোলাত সংবাদ মেলখন বিশৃংখলতাই বিৰাজ কৰে৷

ৰাকেশ টিকেইটতে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে ষ্টিং অপাৰেচনত কৰ্ণাটকৰ এজন কৃষক নেতাই ধন দাবী কৰাৰ অভিযোগ সন্দৰ্ভত এই সংবাদ মেল সম্বোধন কৰিছিল বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

এই কাণ্ডৰ পিছতে কৃষক নেতা ৰাকেশ টিকেইটে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিছে৷ কৰ্ণাটকৰ বিজেপি চৰকাৰে তেওঁৰ সংবাদ মেলখনত নিৰাপত্তা প্ৰদান কৰা নাছিল বুলিও কৃষক নেতাগৰাকীয়ে দাবী কৰিছে৷

‘‘ইয়াত স্থানীয় আৰক্ষীয়ো কোনো নিৰাপত্তা প্ৰদান কৰা নাছিল৷ চৰকাৰৰ সহযোগতে এই কাম কৰা হৈছিল৷’’ সংবাদ সংস্থা এনআইএ-এ ৰাকেশ টিকেইটৰ উদ্ধৃতিৰে এইদৰে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrakesh tikait
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
Next Post
মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.