• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

4 years ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 minutes ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

1 hour ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

1 hour ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

3 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

3 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

4 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

12 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

13 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

13 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

14 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

15 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

editor by editor
May 31, 2022
in ক্ৰীড়া, বিশ্ব
0
পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এমি ছাথাৰৱেট-লিয়া টাহুহু আৰু মেৰিগেন কাপ-ডেন ভেন নিকেৰ্কৰ পদাংক অনুসৰণ কৰি পুনৰ বিশ্ব মহিলা ক্ৰিকেটত অন্য এক সমকামী বিবাহ সম্পন্ন হৈছে।

প্ৰায় পাঁচ বছৰ ধৰি সম্পৰ্কত থকাৰ পিছত দেওবাৰে (২৯ মে’) ইংলেণ্ডৰ ক্ৰিকেটাৰ নেট স্কাইভাৰ আৰু কেথেৰিন ব্ৰাণ্টে বিবাহপাশত আবদ্ধ হয়। ‘হোম অৱ ক্ৰিকেট’ লৰ্ডছত ২০১৭ চনৰ ইংলেণ্ড মহিলা বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল এই যুটি।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ইছা গুহাই তেওঁৰ ইনষ্টাগ্ৰাম পেজৰ জৰিয়তে দুয়োগৰাকী ক্ৰিকেটাৰৰ বিবাহৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

অৱশ্যে স্কাইভাৰ আৰু ব্ৰাণ্ট প্ৰথম সমলিংগ ক্ৰিকেট দম্পতী নহয়, যিয়ে প্ৰথম বিবাহপাশত আবদ্ধ বা এংগেজমেণ্ট কৰিছে। যোৱা অক্টোবৰ মাহত সতীৰ্থ নিউজিলেণ্ডবাসী লিয়া টাহুহুৰ সৈতে এমি চেটাৰথৱেইটে বিবাহপাশত আবদ্ধ হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ যুটি মাৰিজান কেপ আৰু ডেন ভেন নিকেৰ্কৰ বিবাহসম্পন্ন গৈ হৈছে। অৰ্থাৎ ক্ৰিকেটাৰ নেট স্কাইভাৰ আৰু কেথেৰিন ব্ৰাণ্টে হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ তৃতীয় সমলিংগ দম্পতী৷

বিয়াৰ পূৰ্বে দুই ইংলিছ মহিলা ক্ৰিকেটাৰে প্ৰায় চাৰি বছৰো অধিক দিন ধৰি ডেটিং কৰি আছিল৷ একেলগে থকাৰ পিছত তেওঁলোক দুয়োৱে ইতিমধ্যে বিয়াৰ কথা ভাবি আছিল বুলি পূৰ্বতে প্ৰকাশ কৰি আহিছিল৷

লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

২০১৯ চনৰ অক্টোবৰ মাহত নেটে কেথেৰিনক বিয়া কৰাব বুলি ঘোষণা কৰিছিল। তেওঁলোকৰ প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি ২০২০ চনৰ ছেপ্টেম্বৰ মাহত বিয়াখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড-১৯ মহামাৰী আৰু পৰৱৰ্তী সময়ৰ কোৱাৰেণ্টাইনৰ বাবে তেওঁলোকৰ বিবাহ স্থগিত ৰখা হৈছিল।

কেথেৰিন ব্ৰাণ্ট আৰু নেট স্কাইভাৰে দীৰ্ঘদিন ধৰি ইংলেণ্ডৰ হৈ খেলি আহিছে আৰু তেওঁলোক দুয়ো ইংলেণ্ডৰ জাতীয় দলৰ হৈ দমনীয় প্ৰদৰ্শন কৰি আহিছে। তেওঁলোক দুয়ো ২০২২ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ইংলেণ্ডৰ চেম্পিয়ন দলটোৰ সদস্য আছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest Portal in AssamKatherine BruntNat Sciversame-sex marriagesex cricketer got married
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.