• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

4 years ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

13 minutes ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

52 minutes ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

2 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

3 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

3 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

3 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

5 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

7 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

7 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

editor by editor
June 3, 2022
in বিবিধ, বিশ্ব
0
প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’
0
SHARES
548
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰশান্ত মহাসাগৰ পাৰত পুত্ৰ সন্তান জন্ম দিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী মহিলাই। ৩৭ বছৰীয়া জোচি পেউকেৰ্টে নিকাৰাগুয়াৰ প্লায়া মাজাগুয়ালৰ উপকূলত সন্তান প্ৰসৱ কৰা ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। মহিলাগৰাকীয়ে ২৭ ফেব্ৰুৱাৰীত সন্তান জন্ম দিছিল।

ডেইলী মেইল-এ জোচিৰ উদ্ধৃতিৰে কোৱা হৈছে যে, “মোৰ মনলৈ এই ধাৰণাটো আহিল যে মই সাগৰত সন্তান জন্ম দিব বিচাৰো আৰু সেইদিনা পৰিস্থিতি অনুকূল আছিল, সেয়েহে মই তেনে কৰিলোঁ।”

জোচিয়ে লগতে কেইবা সপ্তাহ ধৰি তেওঁ সাগৰৰ জোৱাৰ-ভাটা চাই পৰিস্থিতিটো অধ্যয়ন কৰি সন্তান জন্ম দিয়াৰ সময় উপযুক্ত আৰু স্থান নিৰ্ণয় কৰা বুলিও প্ৰকাশ কৰিছে।

লগতে পঢ়ক যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!

যেতিয়া জোচিয়ে গম পালে যে প্ৰসৱৰ সময় হৈছে তেতিয়া তেওঁৰ বন্ধু-বান্ধৱীয়ে জন্ম দিয়াৰ সঁজুলি কিট এটা লৈ সাগৰৰ পাৰলৈ লৈ যায়৷ কোনো চিকিৎসকৰ অবিহনেই বন্ধু-বান্ধৱীৰ উপস্থিতিতে জোচিয়ে পুত্ৰ সন্তানটিক জন্ম দিয়ে৷

সাগৰৰ পাৰত সন্তান জন্ম দিয়া এটা ভিডিঅ’ও ইনষ্টাগ্ৰামত ভাইৰেল কৰা হৈছে৷ ভিডিঅ’টোত জোচিয়ে প্ৰসৱ বেদনাৰ সময়ত সাগৰৰ পাৰত আঁঠু লৈ থকা দেখা গৈছে৷ ‘‘মোৰ প্ৰস বেদনাৰ ছন্দৰ সৈতে সাগৰৰ ঢৌৰ তাল মিলি গৈছিল, যিটোৱে মোৰ সঁচাকৈয়ে ভাল লাগিছিল৷’’ জোচিয়ো লগতে কয়৷

View this post on Instagram

A post shared by Raggapunzel Raggapunzel (@raggapunzel)

শেহতীয়াকৈ জোচিৰ এই বাতৰি বিয়পি পৰাৰ লগে লগে মানুহে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷ বহুতে জোচিক ভাগ্যৱতী বুলি কৈ প্ৰশংসা কৰিলেও একাংশই ইয়াক সহজভাৱে নলৈ কৈছে যে এনে পৰিৱেশত সন্তান জন্ম দি নৱজাতকৰ জীৱন বিপন্ন কৰিব খুজিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
Next Post
অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.