• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

4 years ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 minutes ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

1 hour ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

2 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

3 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

3 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

4 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

4 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

6 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

7 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

7 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

১৮ বছৰ পিছত আকাশত পাঁচটা গ্ৰহ একেলগে হ'ব দৃশ্যমান

editor by editor
June 5, 2022
in বিজ্ঞান, বিশ্ব
0
১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকাশত সচৰাচৰ কিছুমান আশ্চৰ্যকৰ পৰিঘটনা পৰিলক্ষিত হয় । জ্যোতিষশাস্ত্ৰৰ দৃষ্টিত, এই ঘটনাবোৰৰ প্ৰভাৱ যিয়েই নহওঁক, কিন্তু দৰ্শকৰ বাবে এই বিৰল দৃশ্যবোৰ সদায়েই আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

এইবাৰ জুন মাহত আকাশত এনেকুৱাই এক মহাজাগতিক পৰিঘটনা দৃশ্যমান হ’ব ।

দৰাচলতে, জুন মাহত বিশ্ববাসীয়ে বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি, শনি গ্ৰহবোৰ একেলগে চাব পাৰিব।

এই বিৰল দৃশ্যটো ১৮ বছৰ আগতে ২০০৪ চনত পৃথিৱীত দেখা গৈছিল আৰু এই পাঁচটা গ্ৰহ একেলগে আকাশত দৃশ্যমান হৈছিল ।

১৮ বছৰৰ পিছত ২০২২ বৰ্ষৰ ২৪ জুনত পাঁচটা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি জুন মাহত এটা ক্ৰমত থাকিব, যাক ৰাতিপুৱা এটা ক্ৰমত দেখিবলৈ পোৱা যাব ।

২০২২ বৰ্ষৰ পিছত আৰু অহা ২০৪০ চনত এই মহাজাগতিক পৰিঘটনা পৰিলক্ষিত হ’ব।

২৪ জুনৰ এই দৃশ্য অতিকৈ আকৰ্ষণীয় হ’ব। ইতিমধ্যে এই সন্দৰ্ভত বৈজ্ঞানিক সকলে নিজৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে ।

সূৰ্য্যোদয়ৰ প্ৰায় 30 মিনিট পূৰ্বে এই বিৰল দৃশ্য দেখিবলৈ পোৱা যাব ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamDAILY ASTRONOMYhoroscopehoroscope for today
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

April 25, 2026
Next Post
‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.