• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

2 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

3 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

4 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

5 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

5 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

6 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

6 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

7 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

9 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

editor by editor
June 15, 2022
in জীৱনশৈলী, বিবিধ
0
নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

প্ৰতিনিধিত্বমূলক ফ’টো

0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা৷ বিশ্বজুৰি বিভিন্ন জাতি-জনজাতিৰ মাজত অদ্ভুত ৰীতি-নীতি আৰু পৰম্পৰা প্ৰচলিত আছে। পৰম্পৰাসমূহ বিশ্বাস কৰাৰ আঁৰত সকলোৰে নিজা যুক্তি আৰু আদৰ্শ আছে। কিন্তু এই অদ্ভুত ৰীতি-নীতিবোৰৰ মাজৰে এটা হৈছে কন্যাক পিতৃৰ সৈতে বিয়া কৰাই দিয়াটো।

বাংলাদেশৰ ‘মাণ্ডি’ জনজাতিৰ মাজত প্ৰচলিত এই প্ৰথা প্ৰচলিত আছে৷ এই প্ৰথা অনুসৰি কোনো পত্নীৰ স্বামীৰ মৃত্যু হ’লে সেই বিধৱা পত্নীক অন্য লোকৰ সৈতে বিয়া দিয়া হয়৷ আৰু যদি বিধৱাগৰাকীৰ সৈতে কন্যা সন্তান থাকে বা পূৰ্বৰ গৰ্ভস্থ সন্তান জন্ম দিয়ে, তেন্তে সেই কন্যা সন্তানক উক্ত পিতৃৰ সৈতে বিয়া দিয়া হয়৷ অৰ্থাৎ কন্যাগৰাকীয়ে পিতৃক স্বামী হিচাপে গ্ৰহণ কৰিব লাগে৷

লগতে পঢ়ক কংগ্ৰেছতো এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি! দলীয় সংঘাতৰ আঁৰত সাম্প্ৰদায়িক স্থিতি!

এই মাণ্ডি জনজাতিৰে অৰোলা নামৰ এগৰাকী ৩০ বছৰীয়া মহিলাই নিজৰ জীৱনৰ কাহিনী বৰ্ণানা কৰি কয় যে ‘‘মই যেতিয়া সৰু আছিলো তেতিয়াই মোৰ পিতৃৰ মৃত্যু হৈছিল। মোৰ মায়ে এজন অন্য লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। মই সদায় ভাবিছিলো যে মোৰ দেউতা কিমান ভাল। দেউতাই মোক বহুত মৰম কৰিছিল আৰু ময়ো দেউতাক বহুত ভাল পাইছিলো।’’

ইয়াৰ পিছতে তেওঁ আৰু কয়, ‘‘যেতিয়া মই আৰু অলপ ডাঙৰ হৈছিলোঁ, মোক কোৱা হৈছিল যে যিজনক মই দেউতা বুলি ভাবি আছো, তেওঁ প্ৰকৃততে মোৰ স্বামীহে। প্ৰথমতে এই কথা মোৰ সপোন যেন লাগিছিল। কিন্তু বাস্তৱত এইটোৱেই সঁচা আছিল যে মোৰ দেউতাই মোৰ স্বামী। মোৰ ৩ বছৰ বয়সতে দেউতাৰ সৈতে বিয়া দিছিল। প্ৰচলিত কুপ্ৰথাৰ বাবে যিকোনো মূল্যত মই সেই কথা গ্ৰহণ কৰিব লগা হৈছিল।’’

লগতে পঢ়ক নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

পুৰণি কালত এই জনজাতিৰ লোকসকলে বিশ্বাস কৰিছিল যে স্বামীয়ে তেওঁৰ পত্নীৰ সৈতে কন্যাকো পত্নী হিচাপে ৰাখিলে মাতৃ-কন্যা দুয়ো সুৰক্ষিত হ’ব।

অৱশ্যে মাণ্ডি জনজাতিৰ মাজত প্ৰচলিত এই প্ৰথা এতিয়া লাহে লাহে কমি আহিছে৷ বৰ্তমান জনজাতিটোৰ ছোৱালীবোৰে এই কু-প্ৰথা মানি নলৈ বহু ছোৱালীয়ে অন্য ঠাইলৈ পলাই গৈছে। বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ তেওঁলোকে পূৰ্বৰ কুপ্ৰথাৰ পৰা মুক্ত স্বাধীন জীৱন কটাইছে। আমিও আশা কৰিছো মাণ্ডি জনজাতিৰ এই কুপ্ৰথা বিলুপ্ত হওক।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamMandi tribe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

হাই কলেষ্টেৰল: কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে? আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.