• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

4 years ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

17 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

54 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

10 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

11 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

13 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

editor by editor
June 22, 2022
in চিনেমা, বিনোদন
0
‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত দক্ষিণৰ চিনেমা পুষ্পাই ‘লাভ’, ‘একচন’ আৰু ‘ড্ৰামা’ৰ উপাদানৰে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। ছবিখন মুক্তি পোৱাৰ ৬ মাহৰ ভিতৰতে চিনে পাৰাত এক নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰকাশিত খবৰৰ মতে ‘পুষ্পা’ৰ ছিকুৱেল নিৰ্মাণ কৰা হ’ব। ইয়াৰ পিছতে পুনৰ আল্লু অৰ্জুন, ৰশ্মিকা আৰু ফহাদ ফচিল পুনৰ চৰ্চাৰ তুংগত উঠিছে। কিন্তু, তাৰ মাজতে এটা খবৰে বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ সেয়া হৈছে যে ‘পুষ্পা ২’ত দক্ষিণ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মন্দনাক আৰু দেখা পোৱা নাযাব! ছিকুৱেলত পুষ্পাৰ এটা চৰিত্ৰৰ মৃত্যু ঘটিব আৰু সেইটো ৰশ্মিকাৰ চৰিত্ৰটো বুলি চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক…

মুম্বাই নিউজ এজেন্সীৰ মতে, ছবিখনত ৰশ্মিকাৰ চৰিত্ৰ ‘শ্ৰীবল্লী’ৰ মৃত্যু হ’ব পাৰে। আৰু এই খবৰটো প্ৰচাৰ হোৱাৰ পিছতে ৰশ্মিকা অনুৰাগীসকলক হতাশ কৰি তুলিছে।

এই খবৰটো প্ৰকৃততে সঁচা নেকি? প্ৰযোজক ৱাই ৰবি শংকৰে এই সন্দৰ্ভত মুখ খুলিছে। তেওঁ কয় যে ‘‘পুষ্প ২ত ৰশ্মিকাই অভিনয় কৰা ‘শ্ৰীবল্লী’ চৰিত্ৰটোৰ মৃত্যুৰ খবৰটো সম্পূৰ্ণ উৰাবাতৰি।”

লগতে পঢ়ক সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

প্ৰযোজকগৰাকীয়ে ছিকুৱেলৰ প্ৰসংগত আৰু কয়, “চিনেমাখনৰ কাহিনী এতিয়াও সম্পূৰ্ণৰূপে গঠিত হোৱা নাই। সকলো কথা এতিয়াও আলোচনাৰ পৰ্যায়ত আছে। এতিয়ালৈকে যিখিনি লিখা হৈছে, সেই সকলোবোৰেই কল্পকাহিনী। তাৰ কোনোটোৱেই সঁচা নহয়।’’

যদি আছে, তেন্তে দৰ্শকে পুনৰ পৰ্দাত শ্ৰীবল্লীক দেখিবনে? প্ৰযোজকৰ দাবী চাবই লাগিব। আগষ্ট মাহৰ আৰম্ভণিৰ পৰা ছবিখনৰ আৰম্ভ হ’ব শ্বুটিং। চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি এতিয়া অব্যাহত আছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPuspaRashmika Mandanna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
Next Post
‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.