• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

4 years ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

31 minutes ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

1 hour ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

3 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

4 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

5 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

5 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

6 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

6 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

7 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

7 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

editor by editor
June 22, 2022
in জীৱনশৈলী, বিবিধ
0
‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে
0
SHARES
28.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল। প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে। প্ৰকৃত প্ৰেম দুৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে। প্ৰেমৰ অনন্য শক্তিৰ জৰিয়তে অসম্ভৱ কামো সম্ভৱ হৈ উঠিছে।

সেই প্ৰেমত হাবুডাবু খায়েই এজন যুৱকে একেলগে দুই প্ৰেমিকাৰ শিৰত পিন্ধালে সেন্দূৰ। ভাৰতত হিন্দু বিবাহ আইন অনুসৰি একে সময়তে এখন বিবাহৰহে অনুমতি দিয়া হৈছে। প্ৰথম সংগী থকাৰ পিছত দ্বিতীয় বিবাহ কৰাটো অবৈধ গণ্য কৰা হয়। কিন্তু ঝাৰখণ্ডৰ সন্দীপ নামৰ এজন যুৱকে দুই প্ৰেমিকাক একেলগে সামাজিকভাৱে পিন্ধালে সেন্দূৰ।

ঘটনা অনুসৰি ঝাৰখণ্ডৰ লোহৰদগাৰ এখন গাঁৱৰ বাসিন্দা সন্দীপ ওৰাং নামৰ এজন লোকে তেওঁৰ দুই প্ৰেমিকাৰ সৈতে একেলগে বিবাহপাশত আবদ্ধ হয়। সন্দীপে দুয়োগৰাকী প্ৰেমিকাৰ পৰা গোপনে এই বিবাহ কৰা নাই, গোটেই পৰিয়াল আৰু গাঁৱৰ সন্মুখত দুয়োজনী প্ৰেমিকা একেলগে বিয়া কৰাইছে।

লগতে পঢ়ক আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?

দুয়োজনী প্ৰেয়সীক বিয়া কৰাই সন্দীপে কয় যে তেওঁ আইনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে, তেওঁ মাত্ৰ জানে যে তেওঁ দুয়োজনীকৈ ভাল পাইছে আৰু এতিয়া দুয়োৰে কোনো এজনীকে এৰিব নোৱাৰে।

সন্দীপে বিগত তিনি বছৰ ধৰি প্ৰথম প্ৰেমিকাৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰি আছিল। কুসুম আৰু সন্দীপৰ এটি সন্তানো আছে। সকলো ঠিকেই চলি আছিল। কিন্তু এবছৰৰ আগতে পশ্চিমবংগৰ এটা ইটাভাটাত কাম কৰিবলৈ যায় সন্দীপ। তাতে এগৰাকী যুৱতীৰ সৈতে চিনাকি হয়। যুৱতীগৰাকীও ইটাভাটত কাম কৰিছিল। পিছৰ পৰ্যায়ত গঢ়ি উঠিছিল দুয়োৰে প্ৰেমৰ সম্পৰ্ক।

কেইমাহমান কাম কৰি সন্দীপ পুনৰ নিজৰ গাঁৱলৈ ঘূৰি আহে। কিন্তু ঘৰলৈ অহাৰ পিছতো যুৱতীগৰাকীৰ লগত কথা পাতি থাকিল। আনকি প্ৰেমিকাক লগ কৰিবলৈও ধৰিলে। সন্দীপৰ প্ৰথম প্ৰেমিকাৰ বিষয়ে পৰিয়ালৰ সকলোৱে জানিছিল। কিন্তু সন্দীপৰ দ্বিতীয় প্ৰেমিকাৰ কথা জানিব পাৰি সকলো খঙাল হৈ উঠে।

লগতে পঢ়ক ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক…

পৰিয়াল তথা গাঁৱৰ মানুহে সন্দীপৰ দ্বিতীয় প্ৰেমৰ বিৰোধিতা কৰিলে। তেওঁক এই দ্বিতীয় প্ৰেয়সীক এৰিবলৈ ক’লে। কিন্তু সন্দীপ নিজৰ মতত অটল। তেওঁ প্ৰথম প্ৰেমিকাকো নেৰে আৰু দ্বিতীয়া প্ৰেমিকাকো নেৰে।

অৱশেষত বহু কাজিয়া আৰু বিতৰ্কৰ অন্তত গাঁৱত পঞ্চায়ত সভাৰ আহ্বান কৰিলে। সভাত সিদ্ধান্ত লোৱা হ’ল যে সন্দীপে দুয়োগৰাকী যুৱতীকে বিয়া কৰাব লাগে। পঞ্চায়তৰ এই সিদ্ধান্তৰ বিৰোধিতা নকৰিলে দুই প্ৰেমিকা তথা তেওঁলোকৰ পৰিয়ালে।

তাৰ পিছত সন্দীপে সকলোৰে সন্মুখত দুই প্ৰেমিকাক একলগে পিন্ধালে সেন্দূৰ। এতিয়া দুই প্ৰেমিকা আৰু সন্দীপ একেলগে বাস কৰি আছে। সন্দীপৰ এই ঘটনাৰ পৰা এইটো কথা আকৌ এবাৰ প্ৰমাণিত হ’ল যে নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamjharkhand man marriages two gf
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
Next Post
যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.