• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

4 years ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

19 minutes ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

43 minutes ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

1 hour ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

1 hour ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

2 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

3 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

4 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

5 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

editor by editor
June 28, 2022
in অসম, শিক্ষা
0
প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছিল যে এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰীয়ে স্কুটি লাভ নকৰিব৷

শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰে কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰিহে ছাত্ৰীসকলক স্কুটি দিয়া হ’ব বুলিও মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছিল৷ ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা ছাত্ৰীসকলৰ মাজত হতাশাই বাহ বান্ধিছে৷

ঠিক তেনে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেৱল উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ সন্দৰ্ভতে নহয়, মেট্ৰিকৰ আনন্দৰাম বৰুৱা বঁটা অৰ্থাৎ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ কৰা পৰীক্ষাৰ্থীসকলক লেপটপ দিয়া হ’ব নে নাই সেই সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে৷

লগতে পঢ়ক ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?

অৱশ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত নিৰ্দিষ্ট একো মন্তব্য নকৰি কয় যে অহা ৫ আৰু ৬ জুলাইতহে এই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পিছতে বিষয় দুটাৰ সন্দৰ্ভত অহা ৫ আৰু ৬ জুলাইত চৰকাৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহাবাৰৰ পৰা মেট্ৰিকৰ পৰীক্ষা যিহেতু গুৰুত্বপূৰ্ণ হৈ নাথাকিব সেয়ে শেষবাৰৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ কৰা পৰীক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা তথা লেপটপ প্ৰদান কৰা হ’ব নহয় সেই সম্পৰ্কেও আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷

উল্লেখ্য যে দেশৰ লগতে ৰাজ্যতো নতুন শিক্ষা নীতি বলৱৎ হোৱাত অহাবাৰৰ পৰা মেট্ৰিকৰ পৰীক্ষা গুৰুত্বপূৰ্ণৰূপ হৈ নাথাকিব৷ সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এইবাৰ আনন্দৰাম বৰুৱা বঁটা বন্ধ কৰা হ’ল বুলি ঘোষণা কৰিছিল৷

লগতে পঢ়ক গৰ্ভৱতী হোৱাৰ পিছতে আলিয়াই সলনি কৰে ইনষ্টাৰ ডিপি, সলনি কৰাৰ আঁৰৰ কাহিনী কি বাৰু?

কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে চৰকাৰে চলিত বৰ্ষৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ পৰীক্ষাৰ্থীসকলে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে৷ কাৰণ, মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ্থীসকলক পুৰস্কৃত কৰা হ’ব বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে৷

শিক্ষামন্ত্ৰীয়ে বন্ধ হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতো মুখ্যমন্ত্ৰী বিষয়টো চৰকাৰে পুনৰ আলোচনা কৰাৰ পোষকতা কৰা লগতে পুৰস্কৃত কৰা হ’ব বুলি কোৱাৰ পিছতে চৰকাৰে পৰীক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে বুলিও ধাৰণা কৰা হৈছে!

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhs resultHSCL Result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
Next Post
নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

লিংগ নিৰপেক্ষ নীতি! গৰমত ছাত্ৰী-ছাত্ৰীয়ে স্কাৰ্ট পিন্ধক! শিক্ষাৰ্থীক অদ্ভুত নিৰ্দেশ বিদ্যালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.