• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ

নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ

4 years ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

4 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

4 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

5 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

6 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

7 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

7 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

8 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

8 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

9 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

10 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

11 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন সংগীত

নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ

editor by editor
July 2, 2022
in অসম, চিনেমা, সংগীত
0
নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত নিয়তিৰ ওচৰত নতি স্বীকাৰ কৰিলে ৰাজ্যৰ উদীয়মান অভিনেতা কিশোৰ দাসে৷ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে মৃত্যুক আকোৱালি ল’লে ২৮ বছৰীয়া অভিনেতাগৰাকীয়ে৷

উল্লেখ্য যে ব্লাড কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ অভিনেতা কিশোৰ দাসে বিগত কে’বামাহ ধৰি চিকিৎসাধীন হৈ আছিল৷

প্ৰথমাৱস্থাত মহানগৰীৰ ‘হেল্থ চিটি’ চিকিৎসাধীন হোৱা কিশোৰ দাসক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে মুম্বাই আৰু চেন্নাইলৈ নিয়া হয়৷

লগতে পঢ়ক গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?

ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকে কিশোৰ দাসৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছিল যদিও চেন্নাইত চিকিৎসাধীন অৱস্থাতে ৰাজ্যৰ উদীয়মান অভিনেতা কিশোৰ দাসে আজি শেষ নিশ্বাস ত্যাগ কৰে৷

স্মৰ্তব্য যে কিশোৰ দাসে কে’বাখনো ধাৰাবাহিক, ভিভিড’ গীত আৰু শেহতীয়াকৈ দাদা তুমি দুষ্ট বৰ ছবিখনতো অভিনয় কৰিছিল৷

উদীয়মান অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Kishor Dasasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
Next Post
স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন

মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.