• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

4 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

12 minutes ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

1 hour ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

2 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

3 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

4 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

5 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

7 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

editor by editor
July 2, 2022
in ভাৰত
0
স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ পৰা জবলপুৰ অভিমুখী স্পাইচজেটৰ এখনত উৰন্ত বিমানৰ কেবিনত হঠাতে ধোঁৱাই ছানি ধৰাত যাত্ৰীৰ মাজত সামান্য আতংকৰ সৃষ্টি হয়৷

শনিবাৰে পুৱা দিল্লীৰ পৰা জবলপুৰ অভিমুখে ৰাওনা হোৱা স্পাইচজেট কিউ ৪০০ যাত্ৰীবাহী বিমানখনে ৫০০০ ফুট উচ্চতা পোৱাৰ পিছতে কেবিনত ধোৱাৰ আৰ্বিভাৱ ঘটে৷ উৰন্ত বিমানখনত ধোঁৱা দৃশ্যমান হোৱাৰ লগে লগে ক্ৰুৱে সতৰ্কতাৰ সংকতে ধ্বনি দিয়ে৷

কিন্তু উৰন্ত বিমানখনত ক্ৰমান্বয়ে ধোঁৱাৰ পৰিমাণ বৃদ্ধি পোৱাত পাইলটে ট্ৰেফিক কণ্ট্ৰ’লক অৱগত কৰি প্ৰায় ১৪ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখন পুনৰ দিল্লীলৈ উভতাই আনি বিমান বন্দৰত জৰুৰী অৱতৰণ কৰায়৷

লগতে পঢ়ক চুলি পকি বগা হৈছে নেকি? পৰিত্ৰাণ পাবলৈ ভেণ্ডিৰ গুটিৰ তেল ব্যৱহাৰ কৰক

দিল্লীত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰাৰ পিছতে যাত্ৰীসকলক নিৰাপদে নমাই অনা হয়৷ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি ধোঁৱা উৎপত্তিৰ ফলত বিমানখনৰো কোনো ক্ষতি হোৱা নাই, এয়া এক কাৰিকৰী সমস্যা আৰু ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷

প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ পোৱা মতে বাওঁফালৰ ইঞ্জিনত সামান্য তেল লিক হোৱাৰ ফলতে ধোঁৱা উলাইছিল৷

#WATCH | A SpiceJet aircraft operating from Delhi to Jabalpur returned safely to the Delhi airport today morning after the crew noticed smoke in the cabin while passing 5000ft; passengers safely disembarked: SpiceJet Spokesperson pic.twitter.com/R1LwAVO4Mk

— ANI (@ANI) July 2, 2022

সংবাদ সংস্থা এএনআইএ স্পাইচজেটৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতিৰে কয় যে, ‘‘৫০০০ ফুট পাৰ হৈ যোৱাৰ সময়ত ক্ৰুৱে কেবিনত ধোঁৱা ওলোৱা লক্ষ্য কৰাৰ পিছত আজি পুৱা দিল্লীৰ পৰা জবলপুৰলৈ অভিমুখে যাত্ৰা কৰা এখন স্পাইচজেট বিমান নিৰাপদে দিল্লী বিমানবন্দৰলৈ উভতাই নি জৰুৰী অৱতৰণ কৰাই যাত্ৰীসকলক নিৰাপদে নমোৱা হয়।’’

লগতে পঢ়ক গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?

সংবাদ সংস্থাটোৱে টুইট কৰা এটা ভিজুৱেলত ধোঁৱাৰে ভৰা কেবিনটো দেখা গৈছে। দিল্লীলৈ উভতি অহাৰ পিছত বিমানখনৰ পৰা ওলাই অহা যাত্ৰীসকলো ভিডিঅ’টোত দেখা গৈছে।

উল্লেখ্য যে ১৫ টা দিনৰ ভিতৰত স্পাইচজেটৰ বিমানৰ এয়া দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ। যোৱা ১৯ জুনত ১৮৫ জন যাত্ৰীসহ দিল্লী অভিমুখী এখন বিমানে উৰণৰ ঠিক পিছতেই বাওঁ ইঞ্জিনত চৰাইয়ে খুন্দিওৱাৰ ফলত অগ্নিৰ সূত্ৰপাত ঘটাত পাটনাত জৰুৰীকালীন অৱতৰণ কৰা হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন

মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.