• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ

4 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

7 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

7 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

8 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

8 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

9 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

10 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

10 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

11 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

12 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

12 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

15 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ

editor by editor
July 2, 2022
in অপৰাধ, ভাৰত
0
ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ! নূপুৰ শৰ্মাক সমৰ্থন, এজন ৰাসায়নবিদকো শিৰশ্ছেদ
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নূপুৰ শৰ্মাই জ্বলোৱা ঘৃতাহুতি এইবাৰ প্ৰাণ গ’ল অন্য এগৰাকী হিন্দু লোকৰ৷ ৰাজস্থানৰ উদয়পুৰৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতে এইবাৰ মহাৰাষ্ট্ৰত তদ্ৰূপ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ নূপুৰ শৰ্মাৰ সমৰ্থনত পোষ্ট কৰাৰ বাবেই মহাৰাষ্ট্ৰ এগৰাকী ৰাসায়নবিদক ইয়াৰ পূৰ্বেই শিৰশ্ছেদ কৰি হত্যা কৰা হৈছিল৷

শেহতীয়াকৈ প্ৰকাশিত খবৰৰ মতে মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ উমেশ কোলহে নামৰ ৫৪ বছৰীয়া ৰাসায়নবিদগৰাকীক ছুৰীৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল৷ ইতিমধ্যে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৬ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিলেও হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড এতিয়াও পলাতক হৈ আছে৷

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAৰ হাতত অৰ্পণ কৰিছে৷ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে মহাৰাষ্ট্ৰত NIA আৰু ATSৰ দুটা দলে মহাৰাষ্ট্ৰৰ অমৰাৱতীত উপস্থিত হৈছে৷

লগতে পঢ়ক স্পাইচজেটৰ উৰন্ত বিমানৰ কেবিনত ধোঁৱা; ১৪ হাজাৰ ফুট উচ্চতাত আতংক! জৰুৰী অৱতৰণ

উল্লেখ্য যে হত্যাকাণ্ডৰ বলি হোৱা উমেশ কোলহেৰ অমৰাৱতীত এখন দোকান আছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তাৰ অধিকাংশ গ্ৰাহকেই মুছলমান লোক৷ ঘটনাৰ সময়ত ৬ অভিযুক্তৰ ভিতৰৰ এগৰাকীৰ উমেশ কোলহৰ গ্ৰাহক আছিল৷ তেওঁ দোকানত প্ৰৱেশ কৰাৰ লগে লগে অন্য লোককেইজনে উমেশ কোলহেই নূপুৰ শৰ্মাৰ সমৰ্থনত কৰা ফেচবুক পোষ্টৰ প্ৰসংগ উত্থাপন কৰি আক্ৰমণ কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ২১ জুনত উমেশ কোলহেক হত্যা কৰা হৈছিল আৰু এই গোচৰত এতিয়ালৈকে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে দেশৰ লগতে মধ্য প্ৰাচ্যতো তুমুল প্ৰতিক্ৰিয়া আৰু আন্দোলন হৈছে৷

ইফালে যোৱা ২১ জুনত মহাৰাষ্ট্ৰৰ অমৰাৱতীত উমেশ কোলহেৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলৰ নাম তদন্তকাৰী NIAএ প্ৰকাশ কৰিছে। উমেশ কোলহেৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা ৬ জন অভিযুক্তৰ নাম হ’ল মুদাছিৰ আহমেদ, শ্বাহৰুখ পাঠান, আব্দুল, শ্বোহেব খান, আতিপ ৰছিদ আৰু ইউছুফ খান।

লগতে পঢ়ক নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ৰাজস্থানৰ উদয়পুৰত দৰ্জী কানহাইয়া লালৰ হত্যাকাণ্ডৰ এসপ্তাহ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল। আমৰাৱতী চহৰৰ কোটোৱালি আৰক্ষী থানাৰ এজন বিষয়াই কয়, ‘‘উমেশে আমৰাৱতীত এখন ঔষধৰ দোকান চলাইছিল। নুপুৰ শৰ্মাৰ সমৰ্থনত তেওঁ একাংশ হোৱাটছএপ গ্ৰুপত এটা পোষ্ট শ্বেয়াৰ কৰিছিল বুলি জানিব পৰা গৈছে। উমেশে ভুলতে এই পোষ্টটো এটা WhatsApp গ্ৰুপলৈ প্ৰেৰণ কৰিছিল য’ত আন সম্প্ৰদায়ৰ সদস্যও আছিল।’’

বিষয়াগৰাকীৰ মতে, ইৰফান খান নামৰ এজন ব্যক্তিয়ে উমেশক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰি ইয়াৰ বাবে ৫ জন লোকৰ সহায় লোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ কয় যে ইৰফানে সেই পাঁচজন লোকক ১০ হাজাৰ টকা দি গাড়ীত উঠি নিৰাপদে পলায়ন কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNupur Sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
Next Post
উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিৱনুৱাৰ বাবে সংস্থাপনৰ সুৱৰ্ণ সুযোগ! ৬ হাজাৰো অধিক পদ খালী

নিৱনুৱাৰ বাবে সংস্থাপনৰ সুৱৰ্ণ সুযোগ! ৬ হাজাৰো অধিক পদ খালী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.