• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

8 minutes ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

1 hour ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

2 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

2 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

3 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

15 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

15 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

16 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

17 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
July 2, 2022
in অপৰাধ, অসম
0
উদয়পুৰৰ কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন! হাইলাকান্দিৰ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
9.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নূপুৰ শৰ্মাৰ সমৰ্থনত পোষ্ট কৰি দুই মুছলমান যুৱকৰ হাতত হত্যাৰ বলি হৈছিল ৰাজস্থানৰ উদয়পুৰৰ দৰ্জী কানহাইয়া লাল৷

এই হত্যাকাণ্ডক সমগ্ৰ দেশে তীব্ৰ গৰিহণা দিয়াৰ সময়তে অসমৰ এজন যুৱকে এই নৃশংস হত্যাকাণ্ডক সমৰ্থন কৰি গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছে৷

বৰাক উপত্যকাৰ হাইলাকান্দিৰ কাটলিচেৰাৰ চামচুল লস্কৰ নামৰ যুৱকজনে সামাজিক মাধ্যমত উক্ত হত্যাকাণ্ডৰ সমৰ্থনত মন্তব্য কৰে৷ ইয়াৰ পিছতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি মিলন দাসে লস্কৰৰ বিৰুদ্ধে হাইলাকান্দিক সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

লগতে পঢ়ক মণিপুৰত আকৌ ভূমিস্খলন; উদ্ধাৰ ২৪ টা মৃতদেহ, ৩৮ জন এতিয়াও সন্ধানহীন

আবু চৌধুৰী নামৰ এজন ব্যক্তিয়ে উক্ত লোমহৰ্ষক হত্যাকাণ্ডত জড়িত থকা দুই হত্যাকাৰীক ফাঁচিৰ দাবীৰে কৰা এটা পোষ্টত ছামচুল লস্কৰ নামৰ লোকজনে মন্তব্য কৰিছিল৷ তেওঁ মন্তব্যত কৈছিল যে “হত্যা কৰি ভালেই কৰিলে— ইমান ডাঙৰ অপৰাধীক কিয় সমৰ্থন কৰিছিল!’’

আৰক্ষীয়ে সেই এজাহাৰ ভিত্তিতে যোৱা বৃহস্পতিবাৰে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ১৫৩এ, ৫০৫ (১) (গ) আৰু ৫০৫ (২) ভাৰতীয় দণ্ডবিধি আৰু ধাৰা ৩৯ আৰু UAPAৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUdaypur murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
Next Post
নিৱনুৱাৰ বাবে সংস্থাপনৰ সুৱৰ্ণ সুযোগ! ৬ হাজাৰো অধিক পদ খালী

নিৱনুৱাৰ বাবে সংস্থাপনৰ সুৱৰ্ণ সুযোগ! ৬ হাজাৰো অধিক পদ খালী

এণ্ডোমেট্ৰিয়াছিছ ৰোগত আক্ৰান্ত অভিনেত্ৰী শ্ৰুতি হাছান! কি এই ৰোগ?

এণ্ডোমেট্ৰিয়াছিছ ৰোগত আক্ৰান্ত অভিনেত্ৰী শ্ৰুতি হাছান! কি এই ৰোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.