• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

4 years ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

8 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

9 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

10 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

10 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

11 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

12 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

13 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

13 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

13 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

14 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

14 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?

সাহায্য দিবলৈ চৰকাৰী ধনৰ অভাৱ

editor by editor
July 3, 2022
in অসম, গুৱাহাটী, ভাৰত
0
বানপানীয়ে বিধ্বস্ত কৰিলে অৰ্থনীতি। ৫০ লাখ বানাক্ৰান্তক সকাহ দিব কোনে?
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈছে ৫০ লক্ষাধিক লোক৷ এই তথ্য প্ৰকাশ কৰিছে খোদ ৰাজ্য চৰকাৰে৷

বানৰ ভয়াৱহতাৰ বাবে ক্ৰমাৎ যেন বিপৰ্যস্ত হৈ পৰিছে অসমৰ অৰ্থনৈতিক ব্যৱস্থা৷ ৫০ লাখ আক্ৰান্ত লোকক আৰ্থিক সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷

আশ্ৰয় শিবিৰত থকা প্ৰতিগৰাকীলৈ ৩,৮০০ টকা। পকীঘৰ ধ্বংস হোৱা পৰিয়াললৈ ৯৫ হাজাৰ টকা। কেঁচা ঘৰ ধ্বংস হোৱা পৰিয়াললৈ ৬,৫০০ টকা।  ইমান বৃহৎ পৰিমাণৰ ধন আহিব ক’ৰপৰা?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি প্ৰলয়ংকৰী বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থকা প্ৰতিগৰাকী লোকে পাব ৩,৮০০ টকা৷

প্ৰলয়ংকৰী বানত যিসমূহ পৰিয়ালৰ পকীঘৰ ধ্বংস হৈছে তেওঁলোকে পাব ৯৫ হাজাৰকৈ টকা৷ একেদৰে কেঁচাঘৰ ধ্বংস হোৱা পৰিয়ালসমূহকো ৰাজ্য চৰকাৰে ৬,৫০০ টকাৰ সাহায্য প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে৷

আৰু এই বৃহৎ পৰিমাণৰ ধনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে পুনৰ ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কি সেই সিদ্ধান্ত? দেশীয় উৎসৰ পৰা এহেজাৰ কোটিৰ ঋণ ল’ব চৰকাৰে।

৫ জুলাইত দাখিল  কৰিব ঋণৰ প্ৰস্তাৱ। জুন মাহত ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ ২,০০০ কোটি। ২১ জুনত অসম চৰকাৰে ঋণ লৈছে এহেজাৰ কোটি। ২৮ জুনত অসম চৰকাৰে ঋণ লৈছে এহেজাৰ কোটি।

যোৱা বিত্তীয় বৰ্ষত মুঠ ঋণৰ পৰিমাণ আছিল ১২ হাজাৰ কোটি। চলিত বিত্তীয় বৰ্ষত ঋণৰ পৰিমাণ হ’বগৈ ১৮ হাজাৰ কোটি। অসম চৰকাৰে প্ৰতিবছৰে সুদ আদায় দিয়ে ৮ হাজাৰ কোটি টকা।

ভয়াৱহ বানে বিধ্বস্ত কৰা পৰিয়ালসমূহক সাহায্য দিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে আঁচনি ঘোষণা কৰিছে৷ ইফালে, ৰাজভঁৰালত ধনৰ অভাৱ৷ বান পৰিস্থিতিৰ জোৰা মাৰিবলৈ যোৱা জুন মাহত ৰাজ্য চৰকাৰে দেশীয় উৎসৰ পৰা লোৱা ঋণৰ পৰিমাম ২ হাজাৰ কোটি টকা৷

বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা মতে পুনৰ এহেজাৰ কোটি টকা ঋণ ল’বলৈ ৰাজ্য চৰকাৰে অহা ৫ জুলাইত প্ৰস্তাৱ প্ৰেৰণ কৰিব৷ অন্য অৰ্থত, পুনৰ ঋণ ল’বলৈ তৎপৰ হৈ উঠিছে অসম চৰকাৰ৷

উল্লখেযোগ্য যে ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা ১২ হাজাৰ কোটি টকাৰ ঋণ লৈছিল৷ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ১৮ হাজাৰ কোটি টকাৰ ঋণ ল’বলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷

ঋণৰ বোজা বাঢ়ি গৈ আছে৷ তাৰ সমানে সমানে বাঢ়িব লাগিছে হিতাধিকাৰীৰ সংখ্যা৷ কিন্তু এই প্ৰক্ৰিয়াই জনতাক সকাহ দিব পাৰিবনে? এই সমুদায় ঋণৰ বোজা অসমৰ জনতায়ো বহন কৰিব নালাগিবনে?

সেইবাবে ঋণ লোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈও এতিয়া জনতাৰ মাজত চলিব লাগিছে চৰ্চা৷ অৱশ্যে আগন্তুক সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা বিশেষভাৱে লক্ষণীয় হৈ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam ka newsassam ka tazza khabarassam live 24assam policeAssam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpCongressdaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmaindiasarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.