• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?

4 years ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

11 minutes ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

36 minutes ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

1 hour ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

3 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

5 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

5 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

6 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

6 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

7 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

7 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?

editor by editor
July 7, 2022
in জীৱনশৈলী, ভাৰত
0
মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?
0
SHARES
22.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে। তেওঁৰ দ্বিতীয় পত্নীৰ নাম ডাঃ গুৰপ্ৰীত কৌৰ। চণ্ডীগড়ৰ গুৰুদ্বাৰত দুয়োৰে বিয়া সম্পন্ন হৈছে। বিবাহ অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ পৰা আৰম্ভ কৰি আম আদমী পাৰ্টিৰ নেতা আৰু ঘনিষ্ঠ লোকসকল উপস্থিত থাকে।

উল্লেখ্য যে ৬ বছৰ পূৰ্বে ২০১৫ চনত ভগৱন্ত মানৰ প্ৰথমা পত্নী ইন্দৰজিৎ কৌৰৰ পৰা বিবাহ বিচ্ছেদ হৈছিল। প্ৰথমা পত্নী ফালৰ তেওঁৰ দুটা সন্তান আছে। তেওঁলোক এতিয়া মাতৃৰ সৈতে আমেৰিকাত বাস কৰে৷

ইফালে ডঃ গুৰপ্ৰীত কৌৰৰ সৈতে দ্বিতীয় বিবাহক লৈ পুনৰ এবাৰ চৰ্চালৈ চলিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী মান। একে সময়তে ছ’চিয়েল মিডিয়াতো গুৰপ্ৰীত কৌৰৰ নামো ট্ৰেণ্ডিঙত আছে। অৰ্থাৎ মানুহে জানিব বিচাৰে যে মুখ্যমন্ত্ৰী ভগৱন্ত মানে বিয়া কৰোৱা কইনা গৰাকী কোন? ডাঃ গুৰপ্ৰীত কৌৰ কোন? কেতিয়া আৰু কেনেদৰে প্ৰথম সাক্ষাৎ ঘটিছিল ভগৱন্ত মান আৰু গুৰপ্ৰীত কৌৰৰ? মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নৱাগত পত্নী গুৰপ্ৰীত কৌৰে কি কৰে? জীৱন, কেৰিয়াৰ আৰু জীৱনশৈলী কেনেকুৱা?

লগতে পঢ়ক শ্ৰেণীত এগৰাকীও শিক্ষাৰ্থী নাই, ৩ বছৰৰ ২৪ লাখ দৰমহা ঘূৰাই দিলে অধ্যাপকে

ডাঃ গুৰপ্ৰীত কৌৰ কোন জানো আহক —

ভগৱন্ত মনৰ দ্বিতীয় পত্নী গুৰপ্ৰীত কৌৰ পেছাত এগৰাকী চিকিৎসক। খবৰ অনুসৰি গুৰপ্ৰীত কৌৰৰ বয়স ৩২ বছৰ। ভগৱন্ত মান আৰু গুৰপ্ৰীত কৌৰে ইজনে সিজনক বহুদিনৰ পৰা চিনি পাইছিল।

চলিত বৰ্ষত অনুষ্ঠিত পঞ্জাৱ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গুৰপ্ৰীত কৌৰে ভগৱন্ত মানৰ লগত প্ৰায়ে গৈছিল। এইদৰে দুয়োৰে মাজত সম্পৰ্ক গঢ় লৈ উঠে আৰু শেষত ৭ জুলাইত দুয়োৰে বিবাহ সম্পন্ন হয়।

গুৰপ্ৰীত কৌৰ এটা যৌথ শিখ পৰিয়ালৰ কন্যা। কুৰুক্ষেত্ৰ জিলাৰ পেহোৱাত অৱস্থিত তিলক নগৰৰ বাসিন্দা গুৰপ্ৰীতৰ পৰিয়াল। গুৰপ্ৰীত কৌৰৰ পিতৃৰ নাম ইন্দৰজিৎ সিং, যি এজন কৃষক আৰু মদনপুৰ গাঁৱৰ প্ৰাক্তন সৰ্পঞ্চও হৈ আহিছে।

লগতে পঢ়ক ৭ টা নহয় ৯ সন্তানৰ পিতৃ বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক! এহাল যমজ সন্তানৰো পিতৃ মাস্ক!

ডাঃ গুৰপ্ৰীতৰ মাতৃৰ নাম ৰাজ কৌৰ। ইয়াৰ উপৰিও গুৰপ্ৰীতৰ পৰিয়ালত তেওঁৰ দুগৰাকী ভগ্নীও আছে। গুৰপ্ৰীত পৰিয়ালটোৰ ভিতৰত আটাইতকৈ সৰু। খবৰ অনুসৰি তেওঁৰ এগৰাকী ভগ্নী অষ্ট্ৰেলিয়াত আৰু আনগৰাকী আমেৰিকাত থাকে।

মুখ্যমন্ত্ৰী ভাগৱত মানৰ পত্নী গুৰপ্ৰীত কৌৰ পেছাত এগৰাকী চিকিৎসক। ডাঃ গুৰপ্ৰীতে ২০১৩ চনত আম্বালাৰ মৌলানা মেডিকেল কলেজত যোগদান কৰি ২০১৭ চনত মেডিকেলৰ ডিগ্ৰী লাভ কৰে।

লগতে পঢ়ক পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

ভগৱন্ত মান আৰু গুৰপ্ৰীতৰ প্ৰথম সাক্ষাৎ

খবৰ অনুসৰি ভাগৱত মান আৰু গুৰপ্ৰীত কৌৰৰ মাজত চিনাকি বৰ পুৰণি নহয়। কিন্তু পৰিচিত হোৱাৰে পৰা দুয়োৰে মাজত ভাল বন্ধুত্বও আছিল, সেই সূত্ৰে মানৰ পৰিয়ালে গুৰপ্ৰীত কৌৰৰ ভালদৰে চিনি পায়। আনকি মুখ্যমন্ত্ৰী মানৰ বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ মাতৃ আৰু ভগ্নীয়ে তেওঁক পুনৰ বিবাহ কৰাটো বিচাৰিছিল। মানৰ মাতৃ আৰু ভগ্নীয়ে মানৰ বাবে গুৰপ্ৰীতক পচন্দ কৰি আহিছিল।

ভৱগন্ত মান আৰু গুৰপ্ৰীতৰ প্ৰথম সাক্ষাৎ হৈছিল ২০১৯ চনত। ২০১৯ চনৰ নিৰ্বাচনত গুৰপ্ৰীত কৌৰে ভগৱন্ত মানক সমৰ্থন কৰিছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ মাজ বন্ধু্ব অব্যাহত আছে। আনহাতে,  চলিত বৰ্ষৰ মাৰ্চ মাহত ভাগৱত মানৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতো ডাঃ গুৰপ্ৰীত কৌৰ উপস্থিত আছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambhagwant mannDr. Gurpreet Kaur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

May 7, 2026
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 7, 2026
Next Post
শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

শিখা শইকীয়াৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ : এহাল দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰেণী কোঠাত ছাত্ৰীক প্ৰেম নিবেদন! বহিষ্কাৰ হ’ল শিক্ষক, নিলম্বিত ছাত্ৰীও!

শ্ৰেণী কোঠাত ছাত্ৰীক প্ৰেম নিবেদন! বহিষ্কাৰ হ’ল শিক্ষক, নিলম্বিত ছাত্ৰীও!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.