• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

4 years ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

19 minutes ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

2 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

16 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

17 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

17 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

18 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

21 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

22 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

editor by editor
July 21, 2022
in অসম
0
নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?
0
SHARES
44.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ৰাজ্যবাসীৰ ৰোষত পৰা স্বয়ম্ভূ আচাৰ্য তথা বেপাৰী পংকজ পাঠকক যোৱা নিশা আৰক্ষীয়ে হাউলীৰ পৰা গ্ৰেপ্তাৰ কৰে৷

গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানালৈ অনা হয়৷

হাতীগাঁও আৰক্ষীয়ে পংকজ পাঠকক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা বুলিহে দাবী কৰিছে৷

লগতে পঢ়ক ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

ইয়াৰ লগতে পাঠকে এতিয়াও ক’বলৈ সময় আছে বুলি মন্তব্য কৰে৷ লগতে কয় যে এতিয়াও ক’বলৈ সময় আছে আৰু পিছত সংবাদ মেল সম্বোধন কৰি সকলো কথা আপোনালোকক ক’ম৷

উল্লেখ্য যে এক ফেচবুক ভিডিঅ’যোগে নাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছত পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ নাৰী সমাজৰ লগতে সচেতন লোকসকলৰ ৰোষত পৰে৷

পাঠকৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীয়ে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰে৷

লগতে পঢ়ক ২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ যো-জা চলোৱাৰ সম্ভেদ পাই স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে আত্মগোপন কৰে৷ আনকি আৰক্ষী আৰু সাধাৰণ লোকক বিভ্ৰান্তিত পেলাবলৈ পংকজ পাঠকে নিজৰ ফেচবুক পেজত বিভ্ৰান্তিকৰ পোষ্টো দিয়া পৰিলক্ষিত হয়৷

আনহাতে, বুধবাৰে দিনৰ ভাগত আৰক্ষীয়ে পাঠকৰ কাৰখানাত অভিযান চলাই যদিও পাঠকে পলায়ন কৰা বুলি তেওঁ কৰ্মচাৰীয়ে সদৰী কৰে৷

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা হাউলীৰ পৰা পংকজ পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Jatiya Nari Bahiniasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPankaj Pathak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

June 20, 2026
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.