• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

3 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

4 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

4 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

5 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

6 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

6 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

7 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

8 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

9 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

9 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

10 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

editor by editor
July 22, 2022
in বিবিধ, বিশ্ব
0
আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?
0
SHARES
46k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ ফিলাডেলফিয়াত ইষ্টাৰ্ণ ষ্টেট পেনিটেন্সিয়েৰী নামৰ এখন কাৰাগাৰ আছে। এই কাৰাগাৰখন আমেৰিকাৰ আটাইতকৈ ভয়ংকৰ আৰু জঘন্য কাৰাগাৰ হিচাপে গণ্য কৰা হয়।

১৪২ বছৰীয়া এই কাৰাগাৰখনৰ ভিতৰ তথা বেৰবোৰত কয়দীসকলৰ অত্যাচাৰৰ কাহিনী জীৱন্ত হৈ আছে বুলি কোৱা হয়। আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অপৰাধী আল কেপ’নকো এই কাৰাগাৰত ৰখা হৈছে। এই কাৰাগাৰখন হৈছে আমেৰিকাৰ কিছুমান হিংস্ৰ আৰু দুৰ্নীতিগ্ৰস্ত অপৰাধীৰ বাসস্থান।

লগতে পঢ়ক পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

ডেইলী ষ্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে দৰ্শনাৰ্থীয়ে কাৰাগাৰখনত উপস্থিত হৈ তাত চলি থকা নিৰ্যাতন, পৃথকীকৰণ, ৰোগ, হত্যা আৰু বন্দীৰ মাজৰ উন্মাদনাৰ আদি বিভীষিকাময় পৰিস্থিত প্ৰত্যক্ষ কৰে।

কাৰাগাৰখনৰ ঘৰবোৰো ইমানেই জৰাজীৰ্ণ যে নাম প্ৰকাশত অনিচ্ছুক দৰ্শনাৰ্থীজনৰ মতে কয়দীসকলে কাৰাগাৰত পচি যোৱা দেৱাল আৰু ভঙা আচবাব লৈ ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়।

লগতে পঢ়ক দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…

‘‘মই ভিতৰৰ কোঠাটো অন্বেষণ কৰি প্ৰায় তিনি ঘণ্টা সময় কটালোঁ আৰু ছিন্নভিন্ন হৈ পৰা দেৱালৰ পৰা আৰম্ভ কৰি মল আৰু বিচনা আৰু দেৱালৰ পৰা কাটি পেলোৱা ৰংলৈকে সকলো ফটো তুলিলো। মই এটা কোঠাৰ ভিতৰত বহি বন্দীসকলে কি অনুভৱ কৰিব পাৰে তাৰেই কল্পনা কৰি থাকিলো।’’ দৰ্শনাৰ্থীজনে কয়৷

দৰ্শনাৰ্থীগৰাকীয়ে কয় যে ইয়াৰ দেৱাল আৰু মজিয়াত ইতিহাস আছে। আনকি ষ্টীলৰ বিচনাবোৰেও এটা কাহিনী কয়। এই কাৰাগাৰৰ বিষয়ে আমাৰ কোনোৱেই সঁচাকৈয়ে কল্পনা কৰিব নোৱাৰে। ইয়াত বন্দীসকলক পানীৰে শাস্তি দিয়া হৈছিল। প্ৰথমে ডুবাই থৈ তাৰ পিছত বেৰত ওলোমাই থৈছিল যেতিয়ালৈকে ইহঁতৰ ছালত বৰফে গোট নাবান্ধে।

লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

তেওঁৰ মতে এজন কয়দীক এখন চকীখনত ইমান জোৰেৰে বান্ধি থোৱা আছিল যে দেহৰ ছালখন কাটি গৈছিল। আনকি কয়দীসকলক একেৰাহে ২৩ ঘণ্টা নিজৰ কোঠাত বহুৱাই ৰখা হৈছিল। এই চেলবোৰত বহি এনে লাগে যেন প্ৰতিখন পঁচি যোৱা বেৰ আপোনাৰ ওপৰত পৰি আছে।

উল্লেখ্য যে ১৮২৯ চনত যেতিয়া এই কাৰাগাৰখন মুকলি কৰা হৈছিল, তেতিয়া ইয়াক আমেৰিকাৰ এক অতি ব্যয়বহুল নিৰ্মাণ বুলি কোৱা হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America Most Haunted Jailasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHaunted Jail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.