• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

4 years ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

41 minutes ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

2 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

5 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

6 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

6 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

7 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

8 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

8 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

9 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

10 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

11 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

editor by editor
July 30, 2022
in অপৰাধ, ভাৰত
0
সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংগালুৰুৰ সত্ৰ আদালতে পত্নীৰ ওপৰত এচিড আক্ৰমণৰে হত্যা কৰাৰ অপৰাধত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

কেম্পেগৌডাৰ বাসিন্দা চিনেগৌডা আৰু মঞ্জুলাৰ বিবাহ হৈছিল ১৯৯৬ চনত। বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত বিবাদে আৰম্ভ হৈছিল। আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত চিন্নেগৌড়াই প্ৰায়ে মঞ্জুলাক প্ৰহাৰ কৰিছিল। এনেকৈয়ে দীৰ্ঘদিন তেওঁলোকৰ সংসাৰ চলি আহিছিল। ইয়াৰ পিছত ২০১৭ চনৰ জুলাই মাহত স্বামীয়ে এই নৃশংস ঘটনা সংঘটিত কৰিছিল।

চিন্নেগৌড়াই পত্নী মঞ্জুলাৰ শাৰীৰিক অত্যাচাৰ কৰাৰ পিছতে শৰীৰলৈ এচিড নিক্ষেপ কৰে। পত্নী মঞ্জুলাৰ চিঞৰ বাখৰ শুনি ওচৰ-চুবুৰীয়াবোৰ দৌৰি আহি তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায়। প্ৰায় দুমাহ ধৰি মঞ্জুলাই মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছিল। ২৯ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক ১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

আৰক্ষীয়ে চিনেগৌডাৰ বিৰুদ্ধে কেম্পেগ’ডা আৰক্ষী থানাত গোচৰ তৰিছিল। প্ৰায় চাৰি বছৰ বিচাৰৰ অন্তত অৱশেষত আদালতে তেওঁক দোষী সাব্যস্ত কৰে।

আদালতে জনোৱা মতে, অভিযুক্তজনে পত্নীক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল। কাৰণ মঞ্জুলা ‘ধুনীয়া’ আছিল। শৰীৰত এচিড নিক্ষেপেৰে মঞ্জুলাৰ শাৰীৰিক সৌন্দৰ্য বিকৃত কৰা চেষ্টা কৰিছিল স্বামীয়ে।

ন্যায়াধীশে ইয়াক ‘নৃশংস হত্যা’ বুলি অভিহিত কৰে। ইয়াৰ পিছতে আদালতে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড আৰু এচিড আক্ৰমণৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
সাগৰৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ ৰহস্যময় জীৱ, দেখি স্তম্ভিত বিজ্ঞানীসমাজ!

সাগৰৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ ৰহস্যময় জীৱ, দেখি স্তম্ভিত বিজ্ঞানীসমাজ!

গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.