• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

4 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

5 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

6 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

6 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

7 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

8 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

8 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

9 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

10 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

11 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

11 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

12 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

editor by editor
August 12, 2022
in অপৰাধ, ভাৰত
0
প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ
0
SHARES
37k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা বুধবাৰে গাঁৱৰ মাজৰ ৰাস্তাত এগৰাকী মহিলাক প্ৰেমিকসহ চাৰিজন লোকে উলংগ কৰি প্ৰহাৰ কৰাৰ এক জঘন্য বৰ্বৰ ঘটনা  সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

এই বৰ্বৰ অমানৱীয় ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত৷ ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ ঝবুৱা জিলাৰ ৰূপৰেল গাঁও৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী মহিলাগৰাকী কিছুদিন পূৰ্বে স্বামী ঘৰৰ পৰা গৈ প্ৰেমিকৰ সৈতে থাকিবলৈ লৈছিল৷ কিন্তু যোৱা বুধবাৰে মহিলাগৰাকীয়ে পুনৰ স্বামী গৃহলৈ যায়৷ এই কথাতে প্ৰেমিক মুকেশ উন্মাদ পৰে৷ উন্মাদ প্ৰেমিক মুকেশে লগত কেইজনমান সংগী লৈ মহিলাগৰাকীৰ ৰূপৰেলৰ স্বামী গৃহত উপস্থিত হয়৷

লগতে পঢ়ক ‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামীগৃহত উপস্থিত হৈয়ে প্ৰেমিক মুকেশে সহযোগীসকলৰ সহায়ত প্ৰেমিকাক ঘৰৰ ভিতৰৰ পৰা টানি উলিয়াই ৰাস্তালৈ নি প্ৰহাৰ কৰিবলৈ ধৰে৷

ইমানেই নহয় মুকেশ আৰু তেওঁৰ সংগীসকলে মহিলাগৰাকীক উলংগ কৰি গাঁৱৰ মাজৰ ৰাস্তাতে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাবলৈ ধৰে৷

লগতে পঢ়ক ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

ইফালে গাঁৱৰ কিছু লোকে মহিলাগৰাকীক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈ অৱশেষত আৰক্ষীৰ খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মুকেশ আৰু তেওঁৰ তিনি সংগীক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, মুকেশে তেওঁ প্ৰতিদিনে মাৰপিট কৰিছিল আৰু সেয়ে তেওঁ প্ৰেমিকৰ ঘৰৰ পৰা স্বামী গৃহলৈ গুচি গৈছিল৷ এই জঘন্য ঘটনাটোৱে ঝবুৱা জিলাতেই নহয় সমগ্ৰ মধ্য প্ৰদেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammadhya pradeshWoman beaten by her lover
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
Next Post
এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.