• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

4 years ago
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

5 minutes ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

57 minutes ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

2 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

2 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

2 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

5 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

5 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

6 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

editor by editor
August 24, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ
0
SHARES
16.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন কেফেৰ স্বত্বাধিকাৰীৰ এক আজৱ নিৰ্দেশনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ মহিলাৰ মাজত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মহিলাসকলে ইয়াক মহিলাৰ বাবে সন্মান হানিকৰ বুলিও অভিহিত কৰিছে৷

অষ্ট্ৰেলিয়াৰ এন্থনীজ নামৰ এখন কেফেৰ স্বত্বাধিকাৰে কেফেত কৰ্মৰত মহিলাসকলক ঋতুস্ৰাৱৰ সময়ত এক বিশেষ ৰঙা ৰঙৰ ষ্টীকাৰ লগাবলৈ নিৰ্দেশ দিছে৷

স্বত্বাধিকাৰীৰ মতে সেই বিশেষ দিনকেইটাত ঋতুস্ৰাৱ হৈ থকা মহিলাসকলে যাতে কিছু জিৰণি ল’ব পাৰে তাৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে৷ কেফে কৰ্তৃপক্ষৰ মতে ৰঙা ৰঙৰ ষ্টীকাৰ লগালে বুজিব পাৰিব যে সংশ্লিষ্ট কৰ্মচাৰীগৰাকীৰ ঋতুস্ৰাৱ হৈছে আৰু গতিকে কৰ্তৃপক্ষ আৰু গ্ৰাহকেও তেওঁৰ ওপৰত কামৰ হেঁচা দিয়াৰ পৰা বিৰত থাকিব৷

লগতে পঢ়ক ৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

লগতে কোৱা হৈছে বাহিৰেও মহিলাসকলে এই সময়ছোৱাত বিভিন্ন শাৰীৰিক অস্বস্তিৰ মাজেৰে দিনবোৰ পাৰ কৰিবলগীয়া হোৱাৰ লগতে জিৰণিৰো প্ৰয়োজন হয়। কিন্তু কাৰোবাৰ ঋতুস্ৰাৱ হৈছে নে নাই সেয়া বুজা সম্ভৱ নহয়। ষ্টীকাৰটো থাকিলে কেফে কৰ্তৃপক্ষই বুজি পাব।

এন্থনীৰ এই ঘোষণাক অৱশ্যে বহুতে নাৰীৰ প্ৰতি ‘অসন্মানজনক’ বুলিও অভিহিত কৰিছে। নিৰ্দেশটোৱে নাৰীৰ ব্যক্তি স্বাধীনতাক খৰ্ব কৰা বুলিও একাংশই অভিহিত কৰিছে৷ বহুতৰ মতে কেৱল কৰ্মচাৰী বুলিয়েই কৰ্তৃপক্ষই কোনো মতামত গ্ৰহণ নকৰাকৈ বলপূৰ্বকভাৱে কিবা এটা নিয়ম জাপি দিব নালাগে বুলিও মন্তব্য কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী
জীৱনশৈলী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

August 10, 2026
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’
বিনোদন

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

August 10, 2026
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
Next Post
যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.