• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

4 years ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

6 minutes ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

2 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

4 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

5 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

17 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

18 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

19 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

19 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

20 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

20 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

editor by editor
August 27, 2022
in ভাৰত, শিক্ষা
0
NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা
0
SHARES
22.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেচনেল এলিজিবিলিটি এণ্ট্ৰেন্স টেষ্ট (NEET)ৰ পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ উক্ত ঘটনাৰ ভুক্তভোগী বুলি দাবী কৰা পৰীক্ষাৰ্থীৰ বাবে ‘নেচনেল টেষ্টিং এজেঞ্চি’(NTA)ৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে৷

NTAএ অহা ৪ ছেপ্টেম্বৰত এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জানিব পৰা মতে NTAএ ইতিমধ্যে ভুক্তভোগী উক্ত মহিলা পৰীক্ষাৰ্থীসকলৈ এই সম্পৰ্কীয় এক মেইলও প্ৰেৰণ কৰা হৈছে৷

লগতে পঢ়ক ভুল চিকিৎসাৰ বলি! সন্তান জন্ম দিয়ে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

উল্লেখ্য যে যোৱা জুলাই মাহত কেৰালাৰ কোলামৰ চাথামংগলামৰ এটা পৰীক্ষা কেন্দ্ৰত এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। এগৰাকী পৰীক্ষাৰ্থীৰ পিতৃয়ে আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি কয় যে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁৰ কন্যাকে ধৰি NEETৰ একাংশ মহিলা প্ৰাৰ্থীক অন্তৰ্বাস খুলিবলৈ কোৱা হৈছিল। অভিযোগ অনুসৰি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে বলপূৰ্বকভাৱে পৰীক্ষাৰ্থী অন্তৰ্বাস খুলিবলৈ দিয়া হৈছিল।

উক্ত ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। ঘটনা সন্দৰ্ভত ৭ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰে। ধৃতসকলৰ ভিতৰত মহাবিদ্যালয়খনৰ দুজন কৰ্মচাৰীও আছিল। অৱশ্যে পিছত আটাইকেইজন অভিযুক্তই জামিন লাভ কৰে। অভিযোগ তদন্ত কৰিবলৈ এনটিএয়ে এখন তিনিজনীয়া বিশেষ সমিতিও গঠন কৰি দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNEETNEET ExamNTA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…

২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…

বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.