• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

4 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

6 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

6 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

8 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

9 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

10 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

10 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

12 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

13 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

editor by editor
August 27, 2022
in বিবিধ, ভাৰত
0
বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  
0
SHARES
21.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ বতৰ অহাৰ লগে লগে আজিকালি ছ’চিয়েল মিডিয়া বিবাহৰ ধেমেলীয়া আৰু আচৰিত ধৰণৰ ভিডিঅ’ৰে উপচি পৰে। এনে বহু ভিডিঅ’ ভাইৰেল হয় যিবোৰে আমাক আচৰিত কৰি তোলে আৰু কিছুমান ভিডিঅ’ দেখি মানুহে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

সম্প্ৰতি এনে এটা ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে৷ ভাইৰেল ভিডিঅ’টোৱে দৰ্শন কৰা সকলো নেটানাগৰিককে জোকাৰি গৈছে।

ভাইৰেল হোৱা ভিডিঅ’টো হৈছে এখন বিয়াৰ৷ ভিডিঅ’টোত দৰা আৰু কইনা দুয়ো মঞ্চত উপৱিষ্ট হৈ আছে৷ দেখা গৈছে যে দৰাই কইনাক কল খুৱাবলৈ চেষ্টা কৰিছে। কিন্তু, কইনাই কলটো খাবলৈ ইচ্ছা কৰা নাই৷ দৰাই নামানে, কইনাই খাবই লাগিব৷ কইনাক জোৰজবৰদস্তি কলটো খুৱাবলৈ চেষ্টা কৰে৷ এনেতে কইনাৰ ভীষণ খং উঠে আৰু দৰাক এটা প্ৰচণ্ড চৰ শোধায়৷

View this post on Instagram

A post shared by hase da saman😎(100k🎯) (@patiale_wale_chacha_ji)

লগতে পঢ়ক NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

মঞ্চতে কইনাৰ চৰটো খাই দৰাৰ আত্মসন্মানত লাগিল৷ তেৱোঁ অকণো পলম নকৰি কইনাৰ গালত থাচ থাচকৈ কে’বাটাও চৰ শোধাই দিলে৷ ইয়াৰ পিছতে দুয়োৰে মাজত আৰম্ভ হয় আক্ৰমণ প্ৰত্যাক্ৰমণ৷

ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। patiale_wale_chacha_ji নামৰ এটা পেজৰ পৰা Instagram ত share কৰা হৈছে।

দুই লাখৰো অধিক লাইক আহিছে ভিডিঅ’টোত। ভিডিঅ’টোত মানুহেও বহুত ধেমেলীয়া মন্তব্য আগবঢ়াইছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বিয়াৰ আগতে বিবাহ বিচ্ছেদ। আন এজনে লিখিছে – এয়াই প্ৰকৃত প্ৰেম।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

পালাৰত খাকী পোছাকত যুৱতীৰে মালিচ আৰক্ষী বিষয়াৰ, আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই কৰিলে নিলম্বন  

পালাৰত খাকী পোছাকত যুৱতীৰে মালিচ আৰক্ষী বিষয়াৰ, আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই কৰিলে নিলম্বন  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.