• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

4 years ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

30 minutes ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

1 hour ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

3 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

3 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

4 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

5 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

7 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

7 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

8 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

9 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

editor by editor
August 28, 2022
in বিবিধ, ভাৰত
0
নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?
0
SHARES
47.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি নয়ডাৰ ছুপাৰটেকৰ অবৈধ টুইন টাৱাৰ ভাঙি পেলোৱা হ’ব। শনিবাৰে ৪০ মহলীয়া ভৱনটো ভাঙি পেলোৱাৰ বাবে বিস্ফোৰক সামগ্ৰী মজুত কৰাৰ সকলো লগতে আনুষংগিক ব্যৱস্থা কৰা হয়। বিষয়াসকলে জনোৱা মতে, ইতিমধ্যে বিস্ফোৰকসমূহ স্থাপন আৰু সংলগ্ন কৰাৰ সকলো কাম সম্পূৰ্ণ হৈছে।

নয়ডাস্থিত কোম্পানীটোৱে ২০০০ চনৰ মাজভাগত এমাৰ্লড ক’ৰ্ট প্ৰকল্প আৰম্ভ কৰিছিল। নয়ডা আৰু গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেৰ ওচৰত অৱস্থিত এই প্ৰকল্পৰ অধীনত ৩, ৪ আৰু ৫ টা বিএইচকে ফ্লেটৰে গঠিত এটা অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল।

নিউ অখলা ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষই দাখিল কৰা পৰিকল্পনা অনুসৰি প্ৰকল্পটোত ১৪ টা ৯ মহলীয়া টাৱাৰ থকাৰ কথা আছিল। কিন্তু কোম্পানীয়ে প্লেন সলনি কৰাৰ লগে লগে আৰম্ভ হ’ল বিবাদ। ২০১২ চনলৈকে চৌহদত ১৪ টাৰ পৰিৱৰ্তে ১৫ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছিল।

লগতে পঢ়ক ২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…

একে সময়তে এই পৰিকল্পনাৰ বাহিৰেও আন এটা পৰিকল্পনা আৰম্ভ কৰা হ’ল, য’ত আৰু দুটা অট্টালিকা নিৰ্মাণৰ কথা আছিল৷ আৰু সেই আট্টালিকাক ৪০ মহলীয়া কৰাৰ পৰিকল্পনা কৰা হৈছিল। এনে অৱস্থাত কোম্পানী আৰু স্থানীয় ৰাইজৰ মাজত আৰম্ভ আইনী যুদ্ধ হয়। ইয়াৰ পাছতে ছুপাৰটেকে টাৱাৰ ৱানৰ সন্মুখত ‘সেউজীয়া’ এলেকা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।

২০০৬ চনৰ ডিচেম্বৰৰ ভিতৰত আদালতত দাখিল কৰা নথি অনুসৰি ২০০৫ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে সংশোধন কৰা পৰিকল্পনাও কৰা হয়।

কিন্তু পিছলৈ য’ত ‘সেউজ’ এলেকা নিৰ্মাণ কৰাৰ কথা আছিল তাত চিয়েন আৰু এপেক্স টুইন টাৱাৰ নিৰ্মাণ হ’বলগীয়া হয়। ২০১২ চনৰ মাৰ্চ মাহত অট্টালিকাৰ পৰিকল্পনাৰ তৃতীয়টো পুনৰীক্ষণ কৰা হয়। আৰু ১১ মহলীয়া ১৫টা টাৱাৰৰ পৰা লগতে কেয়েন আৰু এপেক্সৰ উচ্চতা ২৪ মহলাৰ পৰা ৪০ মহলালৈ বৃদ্ধি কৰা হৈছিল।

লগতে পঢ়ক NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

এমাৰ্লড ক’ৰ্টত থকা লোকসকলে এই কথা লক্ষ্য কৰি কেয়েন আৰু এপেক্স অবৈধভাৱে নিৰ্মাণ কৰি থকাৰ বাবে ইয়াক ভাঙি পেলাবলৈ দাবী জনায়। স্থানীয় ৰাইজে নয়ডা কৰ্তৃপক্ষক তেওঁলোকৰ নিৰ্মাণৰ বাবে দিয়া অনুমোদন বাতিল কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ পিছতে স্থানীয় ৰাইজে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনায়, যাৰ ভিত্তিত ২০১৪ চনৰ এপ্ৰিল মাহত আদালতে টাৱাৰসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়ে। অৱশ্যে ছুপাৰটেকে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

দেশৰ উচ্চতম ন্যায়ালয়ে ২০২১ চনত নয়ডা টুইন টাৱাৰসমূহ অবৈধভাৱে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি নয়ডা টুইন টাৱাৰ ভাঙিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে ছুপাৰটেকে উচ্চতম ন্যায়ালয়ত নিজৰ নিৰ্দেশ পুনৰীক্ষণৰ বাবে আবেদন জনায়।

লগতে পঢ়ক কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

উচ্চতম ন্যায়ালয়ত এই গোচৰৰ সৈতে জড়িত কেইবাটাও শুনানি হৈছিল। শুনানিত এমাৰ্লড ক’ৰ্টৰ বাসিন্দাসকলৰ সুৰক্ষাৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰা হয়। অৱশ্যে আদালতে নিজৰ সিদ্ধান্ত সলনি নকৰিলে।

এতিয়া আজি এই দুটা অট্টালিকা ভাঙি পেলোৱা হ’ব। দিল্লীৰ কুতুব মিনাৰৰ তুলনাত ১০০ মিটাৰ ওখ এই অট্টালিকাসমূহ ভাঙিবলৈ ৩৭ হাজাৰ কেজিতকৈ অধিক বিস্ফোৰক ব্যৱহাৰ কৰা হ’ব। আৰু এই যমজ আট্টালিকা ধ্বংস কৰিবলৈ খৰচ হ’ব প্ৰায় ২০ কোটি টকা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNoida Twin Tower
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
Next Post
পালাৰত খাকী পোছাকত যুৱতীৰে মালিচ আৰক্ষী বিষয়াৰ, আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই কৰিলে নিলম্বন  

পালাৰত খাকী পোছাকত যুৱতীৰে মালিচ আৰক্ষী বিষয়াৰ, আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই কৰিলে নিলম্বন  

নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.