• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

4 years ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

25 minutes ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

1 hour ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

2 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

3 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

4 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

5 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

13 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

13 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

14 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

15 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

editor by editor
August 28, 2022
in অপৰাধ, বিশ্ব
0
নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ
0
SHARES
12.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ২১ বছৰীয়া যুৱতীয়ে অট্টালিকাৰ ১০ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনাই বাংলাদেশৰ ৰাজধানী ঢাকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীগৰাকীৰ আত্মহত্যাৰ পিছত উদ্ধাৰ হোৱা ছুইচাইড নোটে সমগ্ৰ মানৱ সমাজকে জোঁকাৰি গৈছে৷

আত্মহত্যা কৰাৰ পূৰ্বে যুৱতীগৰাকীয়ে আত্মহত্যাৰ এক টোকাত নিজৰ পিতৃক এগৰাকী ধৰ্ষণকাৰী বুলি অভিহিত কৰি তেওঁৰ সৈতে মানুহ জীয়াই থাকিব নোৱাৰে বুলি লিখি গৈছে৷

এই আত্মহননৰ ঘটনাটো শনিবাৰে সন্ধিয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ দক্ষিণখান অঞ্চলত সংঘটিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱতীগৰাকীৰ নাম সঞ্জনা। ২১ বছৰীয়া যুৱতীগৰাকীয়ে কলেজত পঢ়ি আছিল।

লগতে পঢ়ক নয়দাৰ যমজ অট্টালিকাৰ সম্পূৰ্ণ কাহিনী কি? উচ্চতম ন্যায়ালয়ে কিয় ধ্বংস কৰিবলৈ নিৰ্দেশ দিলে?

যুৱতীগৰাকীৰ আত্মহত্যাৰ পাছতে উদ্ধাৰ হোৱা আত্মহত্যাৰ টোকাত তেওঁৰ মৃত্যুৰ বাবে পিতৃকে জগৰীয়া কৰি থৈ যোৱাৰ বাবে আৰক্ষীয়ে পিতৃক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

দক্ষিণখান আৰক্ষী থানাৰ অ’চি মামুনুৰ ৰছিদে সংবাদ মাধ্যমক জনোৱা মতে, যুৱতীগৰাকীয়ে ফ্লেটটোৰ নিৰাপত্তাৰক্ষীৰ পৰা চাবিটো লৈ কাপোৰ শুকোৱাৰ কথা কৈ ছাদলৈ যায়। ইয়াৰ পিছত তেওঁ দশম মহলাৰ ছাদৰ পৰা তললৈ জঁপিয়াই দিয়ে।

এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ছুইচাইড নোট উদ্ধাৰ কৰিছে৷ সৰু সেউজীয়া কাগজ এখনত যুৱতীগৰাকীয়ে লিখি গৈছে ‘মোৰ মৃত্যুৰ বাবে দায়ী দেউতা’। লগতে লিখিছে ঘৰত জীৱ-জন্তুৰ লগত থাকিব পাৰি, কিন্তু অমানুহৰ লগত থাকিব নোৱাৰি। এজন অত্যাচাৰী আৰু ধৰ্ষণকাৰী, যিয়ে নিজৰ কন্যাকো ৰেহাই নিদিলে।

লগতে পঢ়ক বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ  

আৰক্ষীৰ সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে যুৱতীগৰাকীৰ পিতৃ শ্বাহীন আলমে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পৰাই তেওঁলোকৰ পাৰিবাৰিক অশান্তি আৰম্ভ হৈছিল।

কিছুদিন পূৰ্বে অৱশ্যে সঞ্জনাৰ মাতৃয়ে স্বামীৰে বিবাহ বিচ্ছেদ কৰিছিল। কিছুদিন ধৰি মানসিক সমস্যাত ভুগি আছিল সঞ্জনা। যুৱতীগৰাকীয়ে মানসিক অস্থিৰতাৰ চিকিৎসাও গ্ৰহণ কৰি থকাৰ প্ৰমাণ পোৱা গৈছে৷ আৰক্ষীয়ে প্ৰেছক্ৰিপচনো উদ্ধাৰ কৰিছে।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি যুৱতাগৰাকীয়ে পাৰিবাৰিক অস্থিৰতা আৰু আৱেগিক কাৰণত আত্মহত্যা কৰে। ঢাকা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

July 15, 2026
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’
অপৰাধ

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

July 15, 2026
Next Post
দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!

দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!

ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.