• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!

দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!

4 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

7 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

7 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

9 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

10 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

11 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

11 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

13 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

14 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!

editor by editor
August 28, 2022
in অসম, ভাৰত, ৰাজনীতি
0
দিল্লীক লণ্ডন আৰু পেৰিছ দৰে কৰাৰ প্ৰতিশ্ৰুতি কি হ’ল? কেজৰিৱালক তুলধুনা হিমন্তৰ!
0
SHARES
855
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আম আদমী পাৰ্টী নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে।

অমস চৰকাৰে ৰাজ্যৰ ১৯৫ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ প্ৰসংগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰাৰ পাছতে দুই মুখ্যমন্ত্ৰী বাকযুদ্ধই ট্ৰেণ্ডিঙত আছে৷

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ চৰকাৰী বিদ্যালয়সমূহ দেখুওৱাবলৈ নিমন্ত্ৰণ কৰিবলৈ আহ্বান জনোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেজৰিৱালক দিল্লী এখন পৌৰসভাহে বুলি তাচ্ছিল্য কৰিছিল৷ ইয়াৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁক নিমন্ত্ৰণৰ প্ৰসংগটোত জোৰ দিয়ে৷\

লগতে পঢ়ক পালাৰত খাকী পোছাকত যুৱতীৰে মালিচ আৰক্ষী বিষয়াৰ, আৰক্ষীৰ উদ্ধৰ্তন কৰ্তৃপক্ষই কৰিলে নিলম্বন  

ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পুনৰবাৰ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি লিখিছে যে আপুনি দিল্লীক লণ্ডন আৰু পেৰিছৰ দৰে কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল আৰু এতিয়া অসম আৰু উত্তৰ-পূবৰ সৰু সৰু চহৰৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিলে। বিশ্বাস কৰক, যদি বিজেপিয়ে দিল্লীৰ দৰে এখন চহৰ আৰু সম্পদ পায়, তেন্তে দলটোৱে ইয়াক বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী চহৰ হিচাপে গঢ়ি তুলিব।

হিমন্ত বিশ্ব শৰ্মাই টুইটত আৰু কয় যে আজি আপোনালোকে অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছে। অসমৰ জনসাধাৰণে বানপানীৰ দৰে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ সময়ত আপোনালোকৰ এনে হেঁপাহ সাৰ নাপায় বাবে মই দুখ পাইছো। ইতিমধ্যে অসমৰ পৰা আদালতৰ জৰিয়তে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়া জীলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে।

আনহাতে, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দুদিন পূর্বে কৈছিল যে ৰাষ্ট্রীয় ৰাজধানীখনৰ পৰিস্থিতি পৌৰ নিগমৰ সৈতে কম-বেছি পৰিমাণে মিল থকাৰ বাবে উত্তৰ-পূবৰ ৰাজ্য আৰু দিল্লীৰ মাজত কোনো তুলনা কৰিব নোৱাৰি৷ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অসমলৈ আহি চৰকাৰে পৰিচালিত শিক্ষা আৰু চিকিৎসা মহাবিদ্যালয়সমূহ চাই যাবলৈ আহ্বান জনায়। একে সময়তে তেওঁ কয় যে তেওঁ এই ভ্ৰমণৰ সময়ত দিল্লীকো পৰিদৰ্শন কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi CM Aravind Kejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.