• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

4 years ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

19 minutes ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

48 minutes ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

1 hour ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

2 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

2 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

19 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

20 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

20 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

21 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

23 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

editor by editor
September 7, 2022
in চিনেমা, ভাৰত
0
চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?
0
SHARES
14.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘পুষ্পা ২’ৰ বাবে আকাশলংঘী পাৰিশ্ৰমিক লাভ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। আৰু ইয়াৰ লগে লগে তেওঁ দেশৰ আটাইতকৈ দামী অভিনেতাৰ তালিকাত ছলমান খান আৰু অক্ষয় কুমাৰক পিছ পেলাই তিনি নম্বৰ স্থানলৈ উধাইছে৷

‘পুষ্পা: দ্য ৰাইজিং’ ছবিখনৰ পিছতে খ্যাতিৰ শীৰ্ষত উপণীত হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন। ছবিখনৰ পৰৱৰ্তী খণ্ডলৈ দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। খবৰ অনুসৰি ২০২৪ চনত মুক্তি পাব ‘পুষ্পা’ৰ দ্বিতীয় খণ্ড। শীঘ্ৰেই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

আল্লু অৰ্জুনক লৈ ‘পুষ্পা: দ্য ৰাইজিঙ’ৰ দৰ্শকৰ মাজত ব্যাপক উন্মাদনা আৰু উৎসাহ দেখা পোৱা গৈছিল৷ সেয়ে ‘পুষ্পা: দ্য ৰাইজিঙ’ৰ চিকুৱেল খণ্ডত অভিনেতা আল্লুৰ পাৰিশ্ৰমিক বহু পৰিমাণে বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। আৰু এতিয়া সেই ভৱিষ্যদ্বাণী সত্যত প্ৰমাণিত হৈছে৷ প্ৰকাশিত খবৰ মতে আল্লু অৰ্জুনে ‘পুষ্পা: দ্য ৰুল’ৰ বাবে ১২৫ কোটি টকা পাৰিশ্ৰমিক লাভ কৰিছে।

লগতে পঢ়ক কাজিয়া! প্ৰচণ্ড মাৰপিট! আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

সূত্ৰ অনুসৰি ‘পুষ্পা’ৰ দ্বিতীয়ৰ মুঠ বাজেট হৈছে ৪৫০ কোটি। তাৰ ভিতৰত ১২৫ কোটি টকা ইতিমধ্যে ছবিখনৰ নায়ক আল্লুক পাৰিশ্ৰমিক হিচাপে প্ৰদান কৰা হৈছে। যাৰ ফলত অক্ষয় কুমাৰ আৰু ছলমান খানক পিছ পেলাই আল্লু অৰ্জুনে দেশৰ আটাইতকৈ দামী অভিনেতাৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে। সূত্ৰ অনুসৰি, ছলমান খানে তেওঁৰ আগন্তুক ছবি ‘কিছি কা ভাই কিচি কী জান’ৰ বাবেও একে পৰিমাণৰ পাৰিশ্ৰমিক গ্ৰহণ কৰিছে।

‘পুষ্পা: দ্য ৰুল’ত আল্লু অৰ্জুনৰ বিপৰীতে অভিনয় কৰিছে ৰশ্মিকা মন্দনাই। দক্ষিণৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীয়ে নতুন খণ্ডটোত অভিনয় কৰিব বুলিও প্ৰকাশ পাইছে৷

সূত্ৰ অনুসৰি, পৰিচালক সুকুমাৰে ইতিমধ্যে অভিনেত্ৰী ছাই পল্লৱীৰ সৈতে কথা পাতিছে। ইফালে শেহতীয়াকৈ ‘গুড বাই’ৰ ট্ৰেইলাৰ লঞ্চত ‘পুষ্পা’ৰ পৰৱৰ্তী খণ্ডৰ বিষয়ে মুকলিকৈ কয় ৰশ্মিকাই। দুদিনমানৰ পিছত শ্বুটিং আৰম্ভ কৰিব বুলিও কয়। বহু প্ৰত্যাশিত ছবিখন হয়তো মকৰ সংক্ৰান্তি ২০২৪ত মুক্তি পাব৷ অৱশ্যে এই বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allu Arjunallu arjun new filmasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPuspa The RisingPuspa The Rule
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.