• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

4 years ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

7 minutes ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

43 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

10 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

11 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

12 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

12 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

13 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

14 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

14 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

15 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

editor by editor
September 11, 2022
in অপৰাধ, স্বাস্থ্য
0
চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সৰ্ববৃহৎ ঔষধ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এজন সঞ্চালকৰ পৰা চাই অপৰাধীয়ে ১ কোটি টকা লুটি নিছে৷ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাৰ নামত সঞ্চালকজনলৈ ভুৱা হোৱাটছএপ মেচেজ কৰি ধন লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে৷

পুনে আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিজকে আদৰ পুনাৱালা বুলি পৰিচয় দি প্ৰতিষ্ঠানটোৰ সঞ্চালক সতীশ দেশপাণ্ডেই একাউন্টৰ ১ কোটি টকা ট্ৰেন্সফাৰ কৰি প্ৰৱঞ্চনাৰ বলি হয়৷ ঘটনাটো যোৱা বুধ আৰু বৃহস্পতিবাৰে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

ইতিমধ্য ঘটনাৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সঞ্চালক সতীশ দেশপাণ্ডেই পুনেৰ বুণ্ড গাৰ্ডেন আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জালিয়াতি আৰু আই আই টি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

লগতে পঢ়ক ‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক প্ৰতাপ মানকাৰে জনোৱা মতে, প্ৰতিষ্ঠানটোৰ সঞ্চালক সতীশ দেশপাণ্ডেৰ হৈ বুণ্ড গাৰ্ডেন আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

‘‘মোৰ ওচৰলৈ এটা হোৱাটছএপ মেছেজ আহিল, য’ত ব্যক্তিজনে নিজকে আদৰ পুনাৱালা বুলি পৰিচয় দিছিল। মেছেজত মোৰ পৰা ১ কোটি টকা খোজা হৈছিল। মই ১ কোটি টকা ট্ৰেন্সফাৰ কৰি দিয়াৰ পাছতহে গম পালে যে মই ঠগ খাইছো। আশ্চৰ্যজনক কথাটো হ’ল যে মেছেজত অহা নম্বৰটো আছিল আদৰ পুনাৱালাৰ।’’ ভুক্তভোগী সঞ্চালক সতীশ দেশপাণ্ডেই কয়৷

লগতে পঢ়ক চৰকাৰী নথিত মৃত, বন্ধ কৰিলে বৃদ্ধ পেন্সন; দৰাৰ বেশত প্ৰতিবাদ ১০২ বছৰীয়া বৃদ্ধৰ

প্ৰতিষ্ঠানটোৰ সঞ্চালকজনে চিইঅ’ অধৰ পুনাৱালাই টকা খোজা বুলি ভুল কৰি টকাখিনি অনলাইনত ট্ৰেন্সফাৰ কৰিছিল। টকা ট্ৰেন্সফাৰ কৰাৰ পিছত সতীশ দেশপাণ্ডেই উপলব্ধি কৰে যে আদৰ পুনাৱালাই কেতিয়াও মেচেজ কৰি টকা নিবিচাৰে। ইয়াৰ পাছতে তেওঁ নিশ্চিত হয় কোনো লোকে তেওঁৰ পৰা প্ৰৱঞ্চনাৰেৰে ধনখিনি লুটি নিয়ে।

উল্লেখ্য যে ছেৰাম ইনষ্টিটিউটে কোভিড ভেকচিন কোভিডশ্বীল্ড প্ৰস্তুত কৰিছিল৷ ইয়াৰ পাছত চিইঅ’ আদৰ পুনাৱালাই যোৱা জুলাই মাহত ঘোষণা কৰিছিল যে মাংকি পক্সৰ mRNA ভেকচিন প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত নোভাভেক্স কোম্পানীয়ে তেওঁলোকক সহায় কৰা বুলি পুনাৱালাই সদৰী কৰিছে। ২৩ জুলাইত বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্সৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। এই কথা মনত ৰাখি ছেৰাম ইনষ্টিটিউটে মাংকি পক্স ভেকচিন তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Adar Poonawallaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamserum institute
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.