• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

13 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

13 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

15 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

15 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

16 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

17 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

18 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

19 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

19 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

19 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

editor by editor
September 13, 2022
in বিবিধ, ভাৰত
0
স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ
0
SHARES
24.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আজৱ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী ৮৭ বছৰীয়া বৃদ্ধাই অভয়ম হেল্পলাইন ১৮১ নম্বৰলৈ ফোন কৰি এক আচৰিত অভিযোগ দাখিল কৰে৷ অভয়ম হেল্পলাইন নম্বৰত বৃদ্ধাগৰাকীৰ অনুৰোধ শুনি চৰকাৰী বিষয়াসকল বাকৰুদ্ধ হৈ পৰিছে।

প্ৰকাশিত খবৰ মতে ৮৭ বছৰীয়া বৃদ্ধাগৰাকীৰয়ে ১৮১ নম্বৰত ফোন কৰি কয় যে ৮৯ বছৰীয়া তেওঁৰ স্বামীৰ যৌন উত্তেজনা তথা প্ৰয়োজনীয়তা অতি বেছি যাৰ বাবে তেওঁ ভাগৰি পৰাৰ লগতে অতিষ্ঠ হৈ পৰিছে৷

এগৰাকী চৰকাৰী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, বৃদ্ধাগৰাকী প্ৰায়ে অসুস্থ হৈ থাকে; সেয়ে তেওঁ স্বামীৰ যৌন প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। তথাপিও স্বামীয়ে তেওঁক সদায় জোৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰি আহিছে।

 

লগতে পঢ়ক সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

বিষয়াগৰাকীয়ে লগতে আৰু কয় যে এবছৰ আগলৈকে দম্পতীহালৰ মাজত শাৰীৰিক সম্পৰ্কক লৈ কোনো ধৰণৰ বিবাদ তথা সমস্যাৰ সৃষ্টি হোৱা নাছিল৷ সিহঁতৰ মাজত সকলোবোৰ ঠিকেই চলি আহিছিল। কিন্তু এবছৰ ধৰি বৃদ্ধাগৰাকী যথেষ্ট অসুস্থ হৈ পৰিছে, তেওঁ প্ৰায়ে বিচনাত পৰি থাকে। পুত্ৰৰ সহায় অবিহনে তেওঁ খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈছে।

বৃদ্ধাগৰাকীৰ এই শাৰীৰিক অসুস্থতাৰ বিষয়ে সকলো জানিও স্বামীয়ে বৃদ্ধাগৰাকীৰ সৈতে জোৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰি আহিছে।

জানিব পৰা মতে বৃদ্ধাগৰাকীৰ স্বামী এজন অৱসৰপ্ৰাপ্ত অভিযন্তা। পত্নীয়ে শাৰীৰিক সম্পৰ্কত সন্মতি নিদিলে হঠাতে তেওঁৰ আচৰণ সলনি হয়। তেওঁ পত্নী আৰু পুত্ৰক চিঞৰিবলৈ ধৰে যাৰ ফলত প্ৰতিবেশীসকলৰো শান্তি বিঘ্নিত হয়। সেয়ে বৃদ্ধাগৰাকীয়ে অভয়মৰ হেল্পলাইন নম্বৰ ১৮১ত ফোন কৰি সহায় বিচাৰিবলৈ বাধ্য হৈ পৰে৷

 

লগতে পঢ়ক কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

বৃদ্ধাগৰাকীৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই অভয়মৰ সদস্যসকলে স্বামীগৰাকীক পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছে। মানসিক সন্তুষ্টিৰ বাবে তেওঁক যোগাসন আৰু প্ৰাণায়াম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অভয়মৰ সদস্যসকলে কয় যে ব্যক্তিজনক আৰু অধিক কাউন্সেলিংৰ প্ৰয়োজন হ’ব। তেওঁক যৌন ৰোগ বিশেষজ্ঞ তথা অভিজ্ঞতা থকা মনোবিজ্ঞানীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ দিয়া হৈছে।

উল্লেখ্য যে ১৮১-এটা ইউনিভাৰ্চেল হেল্পলাইন নম্বৰ য’ত বিপদত পৰা মহিলাসকলে মাত্ৰ এটা ফোনতে চিকিৎসা, আশ্ৰয়, আইনী পৰামৰ্শ আদি বিভিন্ন সুবিধা লাভ কৰিব পাৰে। শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক সহায় কৰাৰ বাবে চৰকাৰী পদক্ষেপ হিচাপে অভয়ম হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.