• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

4 years ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

6 minutes ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

57 minutes ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

1 hour ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

13 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

14 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

14 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

15 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

16 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

16 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

17 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

18 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

editor by editor
September 16, 2022
in অপৰাধ, ভাৰত
0
শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…
0
SHARES
61.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰু শিষ্যৰ প্ৰেমৰ ঘটনাই মাজে মাজে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে৷ গুৰু শিষ্যৰ প্ৰেমৰ সম্পৰ্ক ফাদিল হোৱাৰ পাছতে বহু গুৰুৰ জীৱনলৈ কাল অমনিশাও নামি অহা দেখা যায়৷

অৰ্থাৎ ঘটনা পোহৰলৈ আহিলে শেহান্তৰত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়েই ইয়াৰ পৰিণাম ভুগিবলগীয়া হয়৷ বহু শিক্ষকে ইয়াৰ বাবে জে’ললৈ যাত্ৰা কৰি চাকৰিৰ পৰাও নিলম্বিত হ’বলগীয়া হয়৷ আনহাতে এনে কাণ্ডত জড়িত প্ৰাইভেট শিক্ষকে কাৰাগাৰৰ ৰঙা ভাত খাবলৈ বাধ্য হয়৷

ঠিক তেনে এটা খবৰে পুনৰ সংবাদ শিৰোণাম দখল কৰিছে৷ এইবাৰ ঘটনাটো বিহাৰৰ বাক্সাৰৰ৷ ঘটনাৰ বিৱৰণীৰ মতে বাক্সাৰৰ ৰে’লেৱ ষ্টেচনত ৰে’ল আৰক্ষীয়ে নিশা এগৰাকী কিশোৰীক সন্দেহজনক অৱস্থাত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে৷ কিশোৰীগৰাকীৰ আচৰণত সন্দেহ ঘণীভূত হোৱাত ৰে’ল আৰক্ষীয়ে জেৰা কৰিবলৈ আৰম্ভ কৰে৷

লগতে পঢ়ক ‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

আৰক্ষীয়ে জেৰা কৰাতহে উৰহী গছৰ ওৰ ওলাল৷ ব’ৰ্ড পৰ্যায়ৰ ছাত্ৰীগৰাকীয়ে এটা প্ৰাইভেট ক’ৰ্ছিং চেণ্টাৰ ক্লাছ কৰি আহিছিল৷ উক্ত চেণ্টাৰৰে সঞ্জীত কুমাৰ নামৰ শিক্ষকজনৰ সৈতে কিশোৰী ছাত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ ইয়াৰ পাছতে তেওঁলোকে পলায়ন কৰি বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰে৷

পৰিকল্পনা অনুসৰি যোৱা দেওবাৰে ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰি ৰে’ল ষ্টেচনত উপস্থিত হৈ যদিও প্ৰেমিক শিক্ষকজন গৈ তাত উপস্থিত নহ’ল৷ প্ৰেমিকক ৰে’ল ষ্টেচনত নাপায় ছাত্ৰীগৰাকী কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷ এইদৰে সময় কাটি যোৱাৰ লগে ছাত্ৰীগৰাকীৰ দুঃচিন্তা বাঢ়িবলৈ ধৰিলে৷

প্ৰেমিক শিক্ষকজন ষ্টেচনত উপস্থিত নোহোৱাত ছাত্ৰীগৰাকীয়ে কি কৰিব তাকে লৈ বিভ্ৰান্ত হৈ পৰে৷ ছাত্ৰীগৰাকীৰ এই সমগ্ৰ কাণ্ড ৰে’ল আৰক্ষীয়ে নজৰ দি আছিল৷ অৱশেষত ৰে’ল আৰক্ষীৰ ছাত্ৰীগৰাকীৰ আচৰণত সন্দেহ হোৱাত জেৰা চলায়৷

লগতে পঢ়ক এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

ৰে’ল আৰক্ষীয়ে জেৰাৰ অন্তত ছাত্ৰীগৰাকীৰ পৰিয়াললৈ খবৰ দি শিশু কল্যাণ সমিতিৰ হাতত অৰ্পণ কৰে৷ ইফালে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে নিৰুদ্দেশ হোৱাৰ লগতে শিক্ষকজনে পলোৱাই নিয়াৰ অভিযোগ তুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ সম্ভেদ পাই শিক্ষক সঞ্জীত কুমাৰে আত্মগোপন কৰে৷ কিন্তু আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান চলাই ন্যাইপুৰৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰি শিক্ষক সঞ্জীত কুমাৰক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
Next Post
সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…

পৰীক্ষাত ফেইল পতঞ্জলি ঘিউ! ইয়াৰ পাছত কি ক’লে বাবা ৰামদেৱে? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.