• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

4 years ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধৰ্ষণৰ চেষ্টা নহয়’

1 minute ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

52 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

1 hour ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

2 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

3 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

4 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

5 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

6 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

21 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

editor by editor
September 21, 2022
in অসম, ৰাজনীতি
0
দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অসম হাউছত সাক্ষাৎ কৰে৷

বিধায়কগৰাকীয়ে নিজৰ ফেচবুক পেজৰ এটা লাইভ ভিডিঅ’ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে হোৱা কথোপকথনৰ সম্পৰ্কে প্ৰকাশ কৰিছে৷ বিধায়ক অখিল গগৈয়ে জনোৱা মতে এটা বিশেষ প্ৰশিক্ষণৰ বাবে অসমৰ এটা বিধায়কৰ দলৰ সৈতে তেওঁ অসম ভৱনত বাহৰ পাতি আছে৷ সেই সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও তেওঁ বাহৰ পাতি থকা কোঠাটোৰ কাষতে  বাহৰ পাতি থকাৰ খবৰ পাই মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰে আৰু মুখ্যমন্ত্ৰীয়েও বিধায়ক গগৈক সাক্ষাতৰ অনুমতি প্ৰদান কৰে৷

এই সৌজন্যমূলক সাক্ষাৎকালত ৰাজ্যৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে শিৱসাগৰ সমষ্টি বিভিন্ন সমস্যা সম্পৰ্কে যথেষ্ট আশাপ্ৰদ কথাবতৰা হোৱা বুলিও বিধায়কগৰাকীয়ে লাইভ ভিডিঅ’টোৰ জৰিয়তে সদৰী কৰিছে৷

লগতে পঢ়ক হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

অসম শিক্ষাৰ মাধ্যম বিষয়টোক লৈ দীঘলীয়া আলোচনা কৰা বুলিও প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ ইয়াৰ পাছতে বিধায়ক অখিল গগৈৰে হোৱা দীঘলীয়া আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ সমষ্টিৰ বাবে কে’বাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি জানিবলৈ দিছে৷

ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ অধ্যয়নৰ বাবে ১০০ কোটি টকা তিনি চাৰিদিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিব৷

দ্বিতীয়তে, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ লাইটেনচনৰ কাৰণে পৰ্যটন বিভাগৰ সৈতে কথা পাতি কাম আগবাঢ়িবলৈ নিৰ্দেশ দিছে৷

লগতে পঢ়ক লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

তৃতীয়তে শিৱসাগৰৰ সমবায় বিশ্ববিদ্যালয়খন সাধাৰণ বিশ্ববিদ্যালয়লৈ ৰূপান্তকৰণৰ বাবে অহা এপ্ৰিল মাহৰ বাজেট অধিবেশনত চৰকাৰে বিধেয়ক উত্থাপন কৰিব৷

চতুৰ্থে শিৱসাগৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ স্থান সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ কাৰণে থাওৰা বিধায়ক সুশান্ত বৰগোহাঁইৰ লগত মুখ্যমন্ত্ৰীয়ে বিষয়টো আলোচনা কৰি দুয়োটা সমষ্টিৰ সীমামূৰীয়া অঞ্চলত নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উদ্যোগ ল’ব বুলি বিধায়ক অখিল গগৈয়ে জানিবলৈ দিয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam cmAssam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Akhil Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

গৰ্ভৱতী মহিলাক ধৰ্ষণ তিনি লোকৰ! ইয়াৰ পাছতে গৰ্ভপাত হয় মহিলাগৰাকীৰ

গৰ্ভৱতী মহিলাক ধৰ্ষণ তিনি লোকৰ! ইয়াৰ পাছতে গৰ্ভপাত হয় মহিলাগৰাকীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.