• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

4 years ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

15 minutes ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

2 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

2 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

3 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

3 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

4 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

5 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

6 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

editor by editor
October 5, 2022
in ক'ভিড-১৯, চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত
0
‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মাস্ক কিয় পিন্ধিছে? মাস্কৰ বাবে মুখখন দেখিয়েই পোৱা নাই। খোলক এইখন।’ জয়া বচ্চনক দেখা মাত্ৰকে কাজলে ক’লে এই কথা। কৈয়েই শান্ত নহৈ কাজলে জয়া বচ্চনক মাস্ক খোলাইহে শান্ত হয়। মুম্বাইতো খুব ধুম-ধামেৰে অনুষ্ঠিত হৈছে দুৰ্গা পূজা।

কৰ’নাৰ বাবে বিগত দুটা বছৰৰ পিছত এইবাৰ পুনৰ উলহ-মালহেৰে উৎযাপিত হৈছে দুৰ্গোৎসৱ। ব্যতিক্ৰম নহয় মুম্বাইতো। কাজলে আয়োজন কৰা বিশেষ পূজখনতো এইবাৰ যেন প্ৰাণ ঘূৰি আহিছে। মাস্ক নিপিন্ধানকৈয়ে মা দুৰ্গাৰ আশিষ ল’ব পাৰিছে ভক্তগণে। তাৰ মাজতেই ব্যতিক্ৰমী ৰূপত মাস্ক পৰিহিতা জয়া বচ্চনক দেখি কাজলে জয়া বচ্চনকো কৰ’নাৰ ভয়াৱহতা কমি যোৱাৰ কথা প্ৰকাশ কৰে।

কাজলৰ এই বিশেষ পূজাখনত কেৱল জয়া বচ্চনকেই দেখা গৈছে এনে নহয়। বলীউডৰ ৰণবীৰ কাপুৰ, মণি ৰয়, ৰাণী মুখাৰ্জী, পত্ৰলেখাকে ধৰি বহু তাৰকাক দেখা গৈছে এই বিশেষ পূজাখনত।

প্ৰায় প্ৰতিসময়তে খঙাল এটা ৰূপ কেমেৰাৰ সন্মুখত তুলি ধৰা জয়া বচ্চনক কিন্তু কাজলৰ সৈতে পৃথক ৰূপত দেখা গৈছে। হাঁহি মুখেৰে জয়াই কাজলৰ সৈতে ভাৱ বিনিময় কৰা দেখা গ’ল এই বিশেষ পূজাখনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
Next Post
এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

'সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.