• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!’ সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক…

‘বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!’ সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক…

3 years ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

17 minutes ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

35 minutes ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

1 hour ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

2 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

3 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

4 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

4 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

6 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

7 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

8 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!’ সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক…

editor by editor
October 10, 2022
in জীৱনশৈলী, বিশ্ব
0
‘বন্দুক নহয় এই পৃথিৱীত শৰীৰৰ কদৰ বেছি!’ সৈনিকৰ পৰা পৰ্ণ তাৰকলৈ এই যাত্ৰাৰ আঁৰত কি আছে জানিবলৈ চাওক…
0
SHARES
794
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সেনাবাহিনীৰ চাকৰি বাদ দি পৰ্ণ তাৰকালৈ পৰিবৰ্তন কৰিলে পেছা। সেনা-বাহিনীত চাকৰি কৰি থাকোতে লাভ কৰা সুবিধাসমূহ কিন্তু বাদ দিবলৈ ইচ্ছুক নহয় প্ৰাক্তন সেনা তথা বৰ্তমানৰ পৰ্ণ তাৰকাগৰাকী। স্তন প্ৰতিৰোপনৰ বাবে যাওঁতে পূৰ্বৰ পৰিচয়েই দাঙি ধৰে চিকিৎসকলৰ কাষত তাৰ পিছতেই চৰ্চালৈ আহিছে পৰ্ণ তাৰকাগৰাকীৰ জীৱনৰ বহু নজনা কথা।

পূৰ্বতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ চাৰ্জেন্ট পদত কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু হঠাতেই তেওঁ নিজৰ কেৰিয়াৰ সলনি কৰাৰ সিদ্ধান্ত লয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা কেলি গানাৰ নামৰ মহিলাগৰাকীয়ে সৈনিকৰ জীৱন ত্যাগ কৰি হঠাতেই হৈ পৰে পৰ্ণ তাৰকা। হাতত বন্দুক লৈ দেশৰ সুৰক্ষাৰ দায়িত্বত থকা কেলিৰে সেই জীৱন ত্যাগ কৰি পৰ্ণ ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ আগ্ৰহী হৈ উঠে। কিন্তু পৰ্ণ তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলেও পূৰ্বতে লাভ কৰা সা-সুবিধা সমূহ বাদ দিবলৈ মুঠেও আগ্ৰহী নহয় কেলি। নতুন পেছাত শৰীৰৰ দৰ বেছি সেয়ে শৰীৰটোক সুন্দৰ ৰূপত সজাই তুলিবলৈ কেলিয়ে স্তন প্ৰতিৰোপনৰ কথা চিন্তা কৰে। নিজৰ বৰ্তমানৰ পৰিচয় গাপ দি সেনাৰ পৰিচয়েৰে স্তন সংৰোপনো কৰোৱাই কেলিয়ে।

বন্দুক হাতত লৈ সীমান্ত পহৰা দিয়াৰ পূৰ্বে কেলিয়ে সেনাৰ জনসংযোগ বিভাগত কাম কৰিছিল। কিন্তু পৰবৰ্তী সময়ত কেলিক সীমান্তত নিয়োজিত কৰা হ’ল। কেলিৰ সৈনিক জীৱনক লৈ আক্ষেপ নাছিল যদিও পৰ্ণ তাৰকা হোৱাৰ হেঁপাহো বহুদিনৰে পৰাই আছিল। সেয়ে শেষত কেলিয়ে সৈনিক পেছা বাদ দি ইচ্ছামতেই এই জীৱন বাছি লৈছে। পৰ্ণ তাৰকা কেলিয়ে তেওঁৰ নতুন পেছাক লৈ মন্তব্যত কয় যে, তেওঁ বিবাহিত নাৰী। এজন চিকিৎসকৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু শেষলৈ স্বামীয়ে কেলিৰ শৰীৰক লৈ ঠাট্টা-মস্কৰা কৰা আৰম্ভ কৰে। যিসমূহ কথাই কেলিক মানসিক অশান্তি দিছিল সেয়ে কেলিয়ে স্বামীৰ পৰা বিচ্ছেদ গ্ৰহণ কৰে।

পিছলৈ কেলিয়ে সৈনিক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতেও শৰীৰ সম্পৰ্কীয় ঠাট্টাবোৰে মনোকষ্ট দিছিল। সেয়ে কেলিয়ে নিজকে এগৰাকী পৰ্ণ তাৰকা হিচাপে গঢ়ি তোলে। শৰীৰৰ দৰ বৃদ্ধিৰ বাবে স্তনৰো চাৰ্জাৰী কৰে। চাৰ্জাৰীৰ বাবে পৰ্যাপ্ত ধন নোহোৱাত নিজকে সৈনিকৰূপে পৰিচয় দিবলৈ বাধ্য হোৱা বুলিও উল্লেখ কৰে পৰ্ণ তাৰকা কেলিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?
স্বাস্থ্য

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

March 16, 2026
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
Next Post
জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?

জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?

নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

নিৰামিষভোজী ঘঁৰিয়াল 'ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.