• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?

জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?

4 years ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

11 minutes ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

59 minutes ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

2 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

2 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

11 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

12 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

12 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

13 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

15 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

15 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

16 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?

editor by editor
October 10, 2022
in ভাৰত, ৰাজনীতি, লেখা
0
জন্মস্থানতেই হ’ব শেষকৃত্য! মুলায়েম সিং যাদৱৰ মৃত্যুত দেশৰ ৰাজনৈতিকমহলে কোনে কেনেদৰে দিছে শোকবাৰ্তা?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰিয় নেতাক হেৰুৱাই শোকস্তব্ধ উত্তৰপ্ৰদেশ। মুলায়েম সিং যাদৱৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ ভুতপূৰ্ব মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱৰ শেষকৃত্য ক’ত কৰা হ’ব সেই সম্পৰ্কেও মন্তব্যত প্ৰকাশ কৰিছে যোগী আদিত্যনাথে। মুলায়েম সিং যাদৱৰ শেষকৃত্য তেওঁৰ পৈতৃক গাঁৱতেই কৰা হ’ব। ইপিনে সমাজবাদী পাৰ্টীৰ নেতা তথা এসময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা মুলায়েম সিং যাদৱৰ মৃত্যু দেশৰ ৰাজনীতিতো বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে দেশৰ ৰাজনৈতিক মহলে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে যাদৱৰ শেষকৃত্য অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰী যোগীয়ে তেওঁৰ টুইটত কয়,’প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱৰ মৃত্যু অন্ত্যন্ত দুখজনক। তেওঁৰ মৃত্যুত সমাজবাদৰ এটা প্ৰধান স্তম্ভ তথা সংগ্ৰামী যুগৰ অৱসান ঘটিছে। আমি তেওঁৰ বিদেহী আত্নাৰ কামনা কৰিছো। লগতে শোকসন্তপ্ত পৰিয়ালৰ লগতে তেওঁৰ সমৰ্থকসকললৈকো সমবেদনা জ্ঞাপন কৰিছো। মুলায়েম সিং যাদৱৰ মৃত্যুত উত্তৰ প্ৰদেশৰ চৰকাৰে তিনিদিনীয়া শোক পালনৰ সিদ্ধান্ত লৈছো। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেওঁক বিদায় দিম।’

মুলায়েম সিং যাদৱৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয়, ‘ দেশৰ জৰুৰী অৱস্থা চলি থকাৰ সময়ত গণতন্ত্ৰ ৰক্ষাৰ অন্যতম সৈনিকেই হৈছে মূলায়েম সিং যাদৱ। উত্তৰপ্ৰদেশ তথা দেশৰ ৰাজনীতিতেই মুলায়েম সিং যাদৱ এটা বৰ্ণিল চৰিত্ৰ। কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী হিচাপেও তেখেতে দেশৰ বাবে সেৱা আগবঢ়াই থৈছে। সংসদীয় ৰাজনীতত যাদৱৰ চিন্তাধাৰা সদায়ে লেখত ল’বলগীয়া। জাতীয় স্বাৰ্থ ৰক্ষাক লৈ তেওঁৰ ভাৱধাৰা সদায়ে লেখত ল’বলগীয়া।’ মুলায়েম সিং যাদৱৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,’মুলায়েম জী মাটিৰ মানুহ আছিল। জনতাৰ সমস্যা তেওঁৰ দৃষ্টিত সদায়ে ওপৰত। দুখন বেলেগ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থাকোতেও আমি ৰাজ্যৰ সমস্যাসমূহক লৈ কথা-বাৰ্তাত মিলিত হৈছিলো। তেওঁ মৃত্যুৱে মোক মনোকষ্ট দিছে। মুলায়েমজীৰ লাখ লাখ অনুৰাগীৰ লগতে পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি।’

মুলায়েম সিং যাদৱৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী, তৃণমূল কংগ্ৰেছৰ নেতা মমতা বেনাৰ্জীকে ধৰি বহু নেতাই। শোকবাৰ্তাত ছোনীয়া গান্ধীয়ে লিখিছে,’কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ভাৰতৰ ৰাজনীতিত তেওঁৱ অৱদান চিৰস্মৰণীয়। দেশৰ ৰাজনীতিত সদায়ে তেওঁৰ নাম উচ্চাৰিত হৈয়েই থাকিব।’ আনহাতে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে টুইটত লিখিছে,’সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাতা তথা জাতীয় ৰাজনীতিবিদ মুলায়েম সিং যাদৱৰ মৃত্যু দেশৰ ৰাজনীতিত অপুৰণীয় ক্ষতি। তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা।’

উল্লেখ্য যে মুলায়েম সিং যাদৱৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো। মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে,’মুলায়ম সিং যাদৱজীৰ মৃত্যু ভাৰতীয় ৰাজনীতিত বৃহৎ ক্ষতি। বহু দশক ধৰি তেওঁ দেশৰ লাখ লাখ লোকৰ হৃদয়ত বাস কৰিছে। মই তেওঁৰ মৃত্যুত সমবেদনা জনাবলৈ শব্দ হেৰুৱাইছো। তেওঁৰ পৰিয়ালবৰ্গ তথা সমূহ অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট
বিশ্ব

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

June 19, 2026
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ
বিবিধ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

June 19, 2026
Next Post
নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

নিৰামিষভোজী ঘঁৰিয়াল 'ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.