• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

4 years ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

17 minutes ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

38 minutes ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

1 hour ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

2 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

3 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

3 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

5 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

5 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

6 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

23 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

24 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

editor by editor
October 28, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘যি ভালপোৱা নীলপৱন-দিপালীয়ে জানে সেই কথা তোমাক ভালপাও বুলি কোৱা বহুতেই নাজানে।’ ঠিকেই ভালপোৱা জানিছিল নব্বৈৰ দশকৰ এই প্ৰেমিক যুঁটিটোৱে। মটৰ নিউৰণ ৰোগত আক্ৰান্ত দিপালী বৰঠাকুৰক মৃত্যু পৰ্যন্ত ভালপোৱাৰে সামৰি ৰাখিছিল নীলপৱনে। বেলতলাৰ সৌৰভ নগৰৰ সেই বিশেষ ঘৰটোৰ পৰাই নীলপৱন-দিপালীয়ে বিলাইছিল প্ৰেমৰ সুবাস।

দিপালী বৰঠাকুৰৰ মৃত্যুৰ পূৰ্বেই এদিন এটা সাক্ষাৎকাৰত নীলপৱনে দিপালী বৰঠাকুৰৰ সন্দৰ্ভত কৈছিল, ‘মোতকৈ তেওঁহে আগত যোৱাটো বিচাৰো। মই আগেয়ে গ’লে তেওঁৰ যে বৰ আলাই-আথানি হ’ব।’ শিল্পী নীলপৱন বৰুৱাৰ কথা যেন সেইদিনা নেদেখাজনে শুনিছিল। তেওঁ বিচৰাটোৱেই হৈছিল। তেওঁতকৈ আগেয়ে গুচি গৈছিল নীলপৱনৰ প্ৰেয়সী তথা কোকিল কণ্ঠী গায়িকা দিপালী বৰঠাকুৰ।

বহু গীতৰ লগতে ‘চেনাই মই যাওঁদেই’ বুলি গীতত কণ্ঠ নিগৰোৱা দিপালী বৰঠাকুৰ গুচি গৈছিল ২০১৮ চনৰ ডিচেম্বৰৰ ২১ তাৰিখে। নেমকেয়াৰ হাস্পতালত বিদায় লৈছিল দিপালী বৰঠাকুৰে। আজীৱন একেলগে বাট বুলা প্ৰেমিক যুটিটোৰ বান্ধোন সেইদিনা মৃত্যুৱে চিঙিছিল। অকলশৰীয়া হৈছিল নীলপৱন বৰুৱা। লাহে লাহে স্মৃতিশক্তিও হেৰুৱাইছিল শিল্পী নীলপৱন বৰুৱাই। কথাবোৰ পাহৰা হৈছিল যদিও মনত কিন্তু সাঁচ বহুৱাই ৰৈছিল দিপালী বৰঠাকুৰৰ স্মৃতি। অলসভাৱে উকা ঘৰখনত দিনৰ পাছত দিন পাৰ হৈছিল। বাৰ্ধক্যইয়ো কোঙা কৰিছিল শিল্পী নীলপনল বৰুৱাক। কেনভাছত পৰশ দিবলৈ তুলি লৈছিল ৰঙ-তুলিকা কিন্তু বিফল হৈছিল বাৰে বাৰে শিল্পীগৰাকী। এদিন তেওঁ কৈয়েই পেলাইছিল, ‘সৃষ্টিও সময় নিৰ্ভৰশীল।’

আজি আজন্ম প্ৰেমিকজনো গ’লগৈ। শিল্পী নীলপৱন বৰুৱাই কেৱল ৰঙ-তুলিকাৰেই জীৱন্ত হৈ থাকিব এনে নহয়। অসমৰ প্ৰেমিক যুঁটিৰ কথা ক’লেও অসমবাসীৰ মনত দোলা দিব নীলপৱন-দিপালীয়ে। সৌৰভ নগৰৰ সেই গৃহই সোঁৱৰাই থাকিব ইয়াতেই জীৱন্ত হৈছিল আজন্ম এক প্ৰেম কাহিনী। যুগে যুগে অসমীয়াৰ প্ৰাণত জীঁপাল হৈয়েই থাকিব নীলপৱন-দিপালী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
Next Post
দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত’ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত'ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.